ETV Bharat / state

ভাস্কৰ্য শিল্পী হেমন কোঁৱৰৰ স্বাস্থ্যৰ বুজ ললে লুৰিণজ্যোতি গগৈয়ে - অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ

ৰহমৰীয়াৰ ভাস্কৰ্য শিল্পী হেমন কোঁৱৰৰ স্বাস্থ্যৰ বুজ ল’লে লুৰিণজ্যোতি গগৈয়ে । বিগত কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছে ৰহমৰীয়াৰ ভাস্কৰ্য শিল্পী হেমন কোঁৱৰ ।

ডিব্ৰুগড়ৰ ভাস্কৰ্য শিল্পী হেমন কোঁৱৰৰ স্বাস্থ্যৰ বুজ ললে লুৰীণ জ্যোতি গগৈয়ে

author img

By

Published : Apr 24, 2021, 2:20 PM IST

মৰাণ,২৪ এপ্ৰিল: বিগত কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ থকা ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ ভাস্কৰ্য শিল্পী হেমন কোঁৱৰৰ ঘৰত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ । শনিবাৰে শিল্পী গৰাকীৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ ল'লে লুৰিণজ্যোতি গগৈয়ে ।

ভাস্কৰ্য শিল্পী হেমন কোঁৱৰৰ স্বাস্থ্যৰ বুজ ললে লুৰিণজ্যোতি গগৈয়ে

হেমন কোঁৱৰে ঘৰত উপস্থিত হৈ ভাস্কৰ্য শিল্পৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰি আপ্লুত হৈ পৰে সভাপতি লুৰিণজ্যোতি গগৈ । শিল্পী গৰাকীয়ে ঘৰতে এক সংগ্ৰহালয় তৈয়াৰ কৰিছে । আজিৰ দিনতো এই সংগ্ৰহালয় সঁচাই প্ৰশংসনীয় বুলি কয় জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে ।

ভাস্কৰ্য শিল্পী হেমন কোঁৱৰৰ স্বাস্থ্যৰ বুজ লয় লুৰিণজ্যোতি গগৈয়ে তেখেতৰ কৰ্মৰাজি দেখি আপ্লুত হোৱাৰ লগতে তেখেতৰ আশু-আৰোগ্য কামনা কৰি ভৱিষ্যতে আৰ্থিকভাৱে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক: ডিব্ৰুগড়ত পুনৰ এজনৰ কৰ'ণাত মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.