ETV Bharat / state

ক'ভিড প্ৰট'কল মানিবলৈ ৰাইজক আহ্বান লুৰিণ জ্যোতি গগৈৰ - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পাচতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে ক'ভিডৰ ভয়াবহতাৰ পৰা নিজক ৰক্ষা কৰিবলৈ ৰাইজক সচেতন হ'বলৈ আহ্বান জনাইছে ।

ৰাইজক ক'ভিড নীতি মানিবলৈ আহ্বান লুৰিণ জ্যোতি গগৈৰ

author img

By

Published : Apr 23, 2021, 2:14 PM IST

মৰাণ,23 এপ্ৰিল: ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সৰ্বদলীয় বৈঠক পাতি ৰাইজক ক'ভিড সম্পৰ্কীয় নীতি নিয়ম সমূহ মানি চলিবলৈ আহ্বান জনোৱাৰ পাচতে অসম জাতীয় পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় জিলা নাহৰকটীয়া আৰু দুলীয়াজান সমষ্টিৰ প্ৰাৰ্থী লুৰিণ জ্যোতি গগৈয়ে ক'ভিড-19 ৰ ভয়াবহতাৰ পৰা নিজক ৰক্ষা কৰিবলৈ ৰাইজক সচেতন হ'বলৈ আহ্বান জনাইছে ।

ৰাইজক ক'ভিড নীতি মানিবলৈ আহ্বান লুৰিণ জ্যোতি গগৈৰ

কৰ'ণাৰ এই দ্ৰুত সংক্ৰমণৰ সময়ত সকলো জনসাধাৰণে প্ৰয়োজনীয় স্বাস্থ্য বিধি মানি চলাৰ লগতে প্ৰতিটো মুহুৰ্তত সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে ।

লগতে পঢ়ক: কাল ক'ৰণাই প্ৰাণ ল'লে যোৰহাটৰ ক্ৰীড়া সংগঠকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.