নাহৰকটীয়া, 31 ডিচেম্বৰ: নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চাচনী আঞ্চলিক ছাত্ৰ সন্থা তথা বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠন আৰু নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত কালীয়াপানী ৰাজহুৱা খেলপথাৰত গণনিনাদ কার্যসূচী ৰূপায়ণ কৰা হয় । মঙলবাৰে অনুষ্ঠিত এই কার্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে আছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা বিভিন্ন দলসংগঠন সমূহৰ নেতৃবৃন্দ তথা কেইবা সহস্ৰাধিক সংগ্ৰামী জনতা উপস্থিত থাকে ।
নাহৰকটীয়াত আছুৰ গণনিনাদ - নাহৰকটীয়া আছুৰ গণনিনাদ কাৰ্যসূচীত উপস্থিত লুৰিনজ্যোতি গগৈ
CAA বিৰোধী এই গণনিনাদত বহু সংগ্ৰামী জনতাই ভীৰ কৰী পৰিলক্ষিত হয় ৷
নাহৰকটীয়া আছুৰ গণনিনাদ
নাহৰকটীয়া, 31 ডিচেম্বৰ: নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চাচনী আঞ্চলিক ছাত্ৰ সন্থা তথা বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠন আৰু নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত কালীয়াপানী ৰাজহুৱা খেলপথাৰত গণনিনাদ কার্যসূচী ৰূপায়ণ কৰা হয় । মঙলবাৰে অনুষ্ঠিত এই কার্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে আছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা বিভিন্ন দলসংগঠন সমূহৰ নেতৃবৃন্দ তথা কেইবা সহস্ৰাধিক সংগ্ৰামী জনতা উপস্থিত থাকে ।
Intro:নাহৰকটীয়া আছুৰ গণনিনাদ কাৰ্যসূচীত উপস্থিত লুৰিনজ্যোতিঃ
নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চাচনী আঞ্চলিক ছাত্ৰ সন্থা তথা বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠন আৰু নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত কালীয়াপানী ৰাজহুৱা খেলপথাৰত গণনিনাদ কার্যসূচী ৰূপায়ণ কৰা হয় । এই কার্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লোৰিণজ্যোতি গগৈৰ লগতে আছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা বিভিন্ন দলসংগঠন সমূহৰ নেতৃবৃন্দ তথা কেইবা সহস্ৰাধিক সংগ্ৰামী জনতা উপস্থিত থাকে ।
মিনহাজ আহমেদ,নাহৰকটীয়াBody:DOConclusion:DO

TAGGED:
NAharkatia aasu gana ninad