ETV Bharat / state

ডিব্ৰুগড়লৈ উভতিছে স্বাভাৱিক জীৱন যাত্ৰা

ডিব্ৰুগড় চহৰৰ প্ৰধান ৰাজপথসমূহত ব্যক্তিগত বাহনসমূহ চলাৰ লগতে তিনিচকীয়া তথা যাত্ৰীবাহী বাহনসমূহো চলাচল কৰা পৰিলক্ষিত হৈছে । লক্​ ডাউনৰ ফলত পানীত হাহঁ নচৰা অৱস্থাৰ সৃষ্টি হোৱা একাংশ লোক পৰিয়ালৰ ভৰণ পোষণৰ উদ্দেশ্যে দুটকা উপাৰ্জনৰ বাবে উলাই আহে ৰাজপথলৈ ।

author img

By

Published : May 4, 2020, 7:35 PM IST

ডিব্ৰুগড়লৈ উভতিছে স্বাভাৱিক জীৱন যাত্ৰা
ডিব্ৰুগড়লৈ উভতিছে স্বাভাৱিক জীৱন যাত্ৰা

ডিব্ৰুগড়, 4 মে : সমগ্ৰ ৰাজ্যৰ গ্ৰীণ জ'নসমূহৰ লগতে কিছু পৰিমাণে পৰিস্থিতি স্বাভাৱিক হৈছে ডিব্ৰুগড় জিলাটো । গ্ৰীণ জ'ন হিচাপে চিহ্নিত ডিব্ৰুগড় চহৰ প্ৰায় ডেৰ মাহ বন্ধ থকাৰ পাছত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশনাত সোমবাৰৰ পৰা দোকান পোহাৰ সমূহ খোলা হৈছে ।

চহৰখনৰ প্ৰধান ৰাজপথসমূহত ব্যক্তিগত বাহনসমূহ চলাৰ লগতে তিনিচকীয়া তথা বিভিন্ন জিলালৈ যাত্ৰীবাহী বাহনসমূহো চলাচল কৰা পৰিলক্ষিত হয়। লক্​ ডাউনৰ ফলত পানীত হাহঁ নচৰা অৱস্থাৰ সৃষ্টি হোৱা একাংশ লোকে দুটকা উপাৰ্জনৰ বাবে ৰাজপথলৈ উলাই আহে ।

আনহাতে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই জানিবলৈ দিয়া অনুসৰি ডিব্ৰুগড়ৰ ব্যৱসায়ীসকলে প্ৰস্তুত কৰি দিয়া ব্যৱসায়ীক প্ৰতিষ্ঠানৰ তালিকা অনুযায়ী মঙলবাৰৰ পৰা নিউ মাৰ্কেট এলেকাৰ এক তৃতীয়াংশ দোকান-পোহাৰ খোলা হ'ব ৷

জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.