মৰাণ, 5 ডিচেম্বৰ : ডিব্ৰুগড়ত বিগত তিনি-চাৰি মাহৰ পৰাই নাহৰফুটুকীৰ আতংকই ভীতিগ্ৰস্ত কৰি ৰাখিছে ৰাইজক ৷ দেওবাৰে পুৱতি নিশা ডিব্ৰুগড় আঞ্চলিক বন বিভাগৰ বনকৰ্মীৰ এটা দলে পুনৰায় এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰে (Leopard Caged in Dibrugarh) ৷
ডিব্ৰুগড়ৰ জামিৰা গজাই গাঁৱত পিঞ্জৰাবদ্ধ কৰা প্ৰকাণ্ড নাহৰফুটুকীটোৱে কিছুদিনৰ পৰা অঞ্চলটোৰ গৰু, ছাগলীকে ধৰি অন্যান্য পশুসমূহ নিধন কৰি আহিছিল ৷ নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ কৰাত গাঁওবাসীয়ে বন বিভাগৰ কৰ্মচাৰীৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে ৷
লগতে চাওক : Tension grips Nagaland : নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 13 জনকৈ নগা যুৱক