ETV Bharat / state

লাহোৱালত গাঞ্জা সহ আটক তিনিজন

ডিব্ৰুগড়ৰ লাহোৱাল আৰক্ষীয়ে গাঞ্জাৰ বিৰুদ্ধে অভিযান চলাই ডিকম হেজেলবেঙ্ক পমাৰতলীত গাঞ্জা বিক্ৰী কৰি থকা অৱস্থাত তিনিজন সৰবৰাহকাৰীক আটক কৰে ৷ জানিব পৰা মতে লোক কেইজনৰ নাম দুৰ্গা তাঁতী, বিশাল বেদিয়া,মনোজ গোৱালা ৷

author img

By

Published : May 29, 2021, 5:44 PM IST

লাহোৱালত গাঞ্জা সহ আটক কৰিছে তিনিজনক
লাহোৱালত গাঞ্জা সহ আটক কৰিছে তিনিজনক

মৰাণ, 29 মে' : ডিব্ৰুগড়ৰ লাহোৱাল আৰক্ষীয়ে গাঞ্জাৰ বিৰুদ্ধে অভিযান চলাই ডিকম হেজেলবেঙ্ক পমাৰতলীত গাঞ্জা বিক্ৰী কৰি থকা অৱস্থাত তিনিজন সৰবৰাহকাৰীক আটক কৰে ৷ জানিব পৰা মতে লোক কেইজনৰ নাম দুৰ্গা তাঁতী, বিশাল বেদিয়া, মনোজ গোৱালা ৷

দুৰ্গা তাঁতীয়ে গাঞ্জা বিক্ৰী কৰাৰ লগতে বিশাল বেদিয়া আৰু মনোজ গোৱালা নামৰ লোক কেইজনে গাঞ্জা সেৱন কৰি আছিল ৷ লোক তিনিজনৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে বুলি জানিবলৈ দিয়ে লাহোৱাল আৰক্ষীৰ সুত্ৰই ৷

লাহোৱালত গাঞ্জা সহ আটক কৰিছে তিনিজনক
লাহোৱালত গাঞ্জা সহ আটক কৰিছে তিনিজনক

উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধূলি দি গাঞ্জা ব্যৱসায় চলাই গৈছিল ধৃত দুই ব্যৱসায়ীয়ে । লাহোৱাল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম গোৱালাৰ নেতৃত্বত চলিছিল এই অভিযান ।

ইতিমধ্যে আৰক্ষীয়ে তিনিজনৰ বিৰুদ্ধে 146/2021 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 20 (b)(ii) (B) 27 ধাৰাত অধীনত লোক তিনিজনক কাৰাগাৰলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: গহপুৰৰ ৰাজপথত দাউদাউকৈ জ্বলিল মটৰ চাইকেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.