মৰাণ, 15 নৱেম্বৰ : কৰ'ণা আতংকৰ মাজতে মৰাণত পৰম্পৰা ৰক্ষাৰ বাবে পালন কৰা হৈছে কালী পূজা আৰু দীপাৱলী ৷ ক'ভিড প্ৰট'কল মানি পালন কৰা হৈছে কালি পূজা আৰু দীপাৱলী ৷
উল্লেখ্য যে, বিগত বছৰ সমূহত জাকজমকতাৰে উদযাপন কৰা হৈছিল পূজা আৰু দীপাৱলী কিন্তু চলিত বৰ্ষত ক'ভিড মহামাৰীৰ বাবে অনুষ্টুপীয়াকৈ আধ্যাত্মিক ৰীতি-নীতি পালনৰ বাবে পূজা উদযাপন ৷
লগতে পঢ়ক : শক্তি বিভাগৰ আজৱ কাণ্ড : এটা বাল্ব জ্বলোৱাৰ বিনিময়ত হাজাৰ হাজাৰ বিল