ETV Bharat / state

Gas blast at Dibrugarh: ডিব্ৰুগড়ৰ চহৰৰ মাজমজিয়াত চি এন জি ফিলিং ষ্টেচনত গেছ বিস্ফোৰণ

author img

By

Published : Nov 27, 2022, 10:52 PM IST

ডিব্ৰুগড়ৰ চহৰৰ মাজমজিয়াত চি এন জি ফিলিং ষ্টেচনত গেছ বিস্ফোৰণ ৷ বাহনত গেছ ভৰাই থাকোতেই সংঘটিত হয় বিস্ফোৰণ (Gas blast at Dibrugarh) ৷

Gas blast at Dibrugarh
Gas blast at Dibrugarh: ডিব্ৰুগড়ৰ চহৰৰ মাজমজিয়াত চি এন জি ফিলিং ষ্টেচনত গেছ বিস্ফোৰণ
  • ডিব্ৰুগড়ৰ চহৰৰ মাজমজিয়াত চি এন জি ফিলিং ষ্টেচনত গেছ বিস্ফোৰণ
  • বাহনত গেছ ভৰাই থাকোতেই সংঘটিত হয় বিস্ফোৰণ
  • ফলত সমগ্ৰ অঞ্চলটোত নিৰ্গত হৈছে গেছ
  • এই ঘটনাৰ পিছতে আতংকময় পৰিৱেশ সৃষ্টি হৈছে চৌকিদিঙী অঞ্চলত
  • ইতিমধ্যে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈছে ঘটনাস্থলীত
  • ২০১৯ চনৰ ১৭ আগষ্টত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিছিল উত্তৰ-পূৱৰ দ্বিতীয় চি এন জি ফিলিং ষ্টেচনটো
  • ইতিমধ্য ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন (MLA Prashanta Phukan) ঘটনাস্থলীত উপস্থিত হৈ তদাৰক কৰিছে পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.