ETV Bharat / state

দিল্লীয়ে আলফাৰ কেন্দ্ৰীয় নেতৃত্বক আলোচনাৰ নামত নচোৱাই আছে - জিতেন দত্ত - জিতেন দত্ত

দেওবাৰে কাকপথাৰ শিবিৰত 40 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে আলফাৰ 28 নং বেটেলিয়ানে ৷ প্ৰতিষ্ঠা দিৱসৰ এই সভাত সুবিধাবাদী ৰাজনীতি তথা চান্দা সংস্কৃতিক সমালোচনাৰে যুৱ প্ৰজন্মক কৰ্ম সংস্কৃতিৰে অসমৰ অৰ্থনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আহ্বান জনায় জিতেন দত্তই ।

আলফা-চৰকাৰৰ আলোচনাৰ নামত দিল্লীয়ে ভেকোভাওনা কৰি আছে - জিতেন দত্ত
author img

By

Published : Apr 7, 2019, 11:01 PM IST

ডিব্ৰুগড়,7 এপ্ৰিল: "আলফা-চৰকাৰৰ আলোচনাৰ নামত দিল্লীয়ে ভেকোভাওনা কৰি আছে । দিল্লীয়ে আলফাৰ কেন্দ্ৰীয় নেতৃত্বক আলোচনাৰ নামত নচোৱাই আছে ।" কাকপথাৰৰ আলফা শিবিৰত আলফাৰ 40 সংখ্যক প্ৰতিষ্ঠা দিৱসত আলোচনাৰ বিষয়টোক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ আলোচনাপন্থী আলফা নেতা জিতেন দত্তৰ ।

দেওবাৰে কাকপথাৰ শিবিৰত 40 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে আলফাৰ 28 নং বেটেলিয়ানে ৷ প্ৰতিষ্ঠা দিৱসৰ এই সভাত সুবিধাবাদী ৰাজনীতি তথা চান্দা সংস্কৃতিক সমালোচনাৰে যুৱ প্ৰজন্মক কৰ্ম সংস্কৃতিৰে অসমৰ অৰ্থনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আহ্বান জনায় জিতেন দত্তই ।

আলফা-চৰকাৰৰ আলোচনাৰ নামত দিল্লীয়ে ভেকোভাওনা কৰি আছে - জিতেন দত্ত

উল্লেখ্য যে,2008 চনৰ 26 জুনত আদৰ্শগত সংঘাতৰ পৰিণতিত চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ আশা লৈ অস্ত্ৰ বিৰতি ঘোষণা কৰি হাবিৰ সশস্ত্ৰ সংগ্ৰাম এৰি ওলাই আহিছিল আলফাৰ 28 নং বেটেলিয়ান৷ সেই সদস্য সকলেই পাচলৈ কাকপথাৰ, মৰাণ আৰু বঙাইগাঁৱত তিনিটা শিবিৰ পাতি থাকিবলৈ লয়৷ ইয়াৰে বঙাইগাঁৱত আজি কেন্দ্ৰীয়ভাৱে আলফাৰ প্ৰতিষ্ঠা দিৱস পালন কৰাৰ বিপৰীতে কাকপথাৰ আৰু মৰাণ শিবিৰে কাকপথাৰত অনু্স্তুপিয়াকৈ উদযাপন কৰে প্ৰতিষ্ঠা দিৱস ৷

Dib_7april_ULFA_JESIM

 6 FILES ON FTP INCLUDING two BYTEs

:আলফা চৰকাৰৰ আলোচনাৰ   নামত দিল্লীয়ে ভেকোভাওন কৰি আছে।দিল্লীয়ে আলফাৰ কেন্দ্ৰীয় নেতৃত্বক আলোচনাৰ নামত নচোৱাই আছে।

কাকপথাৰৰ আলফা শিৱিৰত আলফাৰ  ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসত আলোচনাৰ বিষয়টোক লৈ তীব্ৰ অসন্তুষ্ট আলোচনাপন্থী আলফা নেতা জিতেন দত্ত।
লগতে প্ৰতিষ্ঠা দিৱসৰ দিনা কাকপথাৰ শিবিৰত তথাকথিত জাতীয় সংগঠনৰ নেতা, চান্দা সংস্কৃতিক সমালোচনাৰে যুৱ প্ৰজন্মক কৰ্ম সংস্কৃতিৰে অসমৰ অৰ্থনৈতিক ভবিষ্যত সুৰক্ষিত কৰিবলৈ আহ্বান জিতেন দত্তৰ।লগতে ললে প্ৰতিজ্ঞাও।উল্লেখ্য যে
 আলফাৰ ২৮ নম্বৰ  বেটেলিয়ানটোৱে শিবিৰটোত পালন কৰে এই প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী ৷ ২০০৮ চনৰ ২৬ জুনত আদৰ্শগত সংঘাটৰ পৰিণতিত আলফাৰ ২৮ নম্বৰ বেটেলিয়ানে চৰকাৰৰ লগত আলোচনা মাধ্যমেৰে সমস্যা সমাধানৰ আশলৈ অস্ত্ৰ বিৰতি ঘোষণা কৰি হাবিৰ সশস্ত্ৰ সংগ্ৰাম এৰি উলাই আহিছিল ৷ সেই সদস্য সকলেৰ পাছলৈ কাকপথাৰ, মৰাণ আৰু বঙ্গাইগাঁৱত তিনিতা শিৱিৰ পাতি থাকিবলৈ লয়৷ ইয়াৰে বঙাইগাঁৱত আজি কেন্দ্ৰীয় ভাবে আলফাৰ প্ৰতিষ্ঠা দিৱস পালন কৰাৰ বিপৰিতে কাকপথাৰ আৰু মৰাণ শিৱিৰে কাকপথাৰত অনুস্থোপিয়াকৈ উদযাপন কৰে প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী ৷ সেই অনুসৰি পুৱা পতকা উত্তোলন কৰে লেফটেনেল অন্টো চাউদাঙে আৰু  মেজৰ প্ৰবাল নেওগে ছহিদ তৰ্পণ কৰি দিনটোৰ আন কাৰ্যসূচী ৰূপায়ন কৰে৷

Byte: জিতেন দত্ত

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ 
Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.