ETV Bharat / state

ডিব্ৰুগড়ত এদিনতে ক’ভিডত মৃত্যু 5জনৰ

বুধবাৰৰ দিনটোত ডিব্ৰুগড়ত পুনৰ 387 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19ৰ উপস্থিতি ৷ চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে 5গৰাকী ক’ভিড ৰোগী । ইয়াকে লৈ ডিব্ৰুগড়ত 66 জনলৈ বৃদ্ধি মৃত্যুৰ সংখ্যা ।

ডিব্ৰুগড়ত এদিনত 387 জনৰ দেহত কভিড;মৃত্যু 5 জনৰ

author img

By

Published : May 13, 2021, 11:07 AM IST

ডিব্ৰুগড়,13 মে’: ৰাজ্যত ক’ভিডে লৈছে এক সংহাৰী ৰূপ ৷ ভয়াবহ হাৰত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ বুধবাৰৰ দিনটোত ডিব্ৰুগড়ত পুনৰ 387 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19ৰ উপস্থিতি ৷ প্ৰাপ্ত তথ্য অনুসৰি, চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে 5 গৰাকী ক’ভিড ৰোগী । ইয়াকে লৈ ডিব্ৰুগড়ত 66 জনলৈ বৃদ্ধি পালে মৃত্যুৰ সংখ্যা ।

উল্লেখ্য যে, অসম চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ হেড নাৰ্ছ আশা কুমাৰী শইকীয়াৰ ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত বুধবাৰে সন্ধিয়া মৃত্যু হয় ৷ আনহাতে, বুধবাৰৰ দিনটোলৈকে ডিব্ৰুগড়ত ক’ভিড আক্ৰান্তৰ সংখ্যা 6354 জনলৈ বৃদ্ধি পালে ৷

লগতে পঢ়ক: কলিয়াবৰত এটা আৱাসিক এলেকাক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.