ETV Bharat / state

আজমলে আতৰ বিক্ৰী কৰে কিন্তু বিষ বিয়পাই: শিৱৰাজ সিং - নিৰ্বাচনক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত ৰণ ডংকা বজালে শিৱৰাজ সিঙে

নিৰ্বাচনক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত ৰণডংকা বজালে শিৱৰাজ সিঙে ৷ সোমবাৰে ডিব্ৰুগড় সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ডিব্ৰুগড়ৰ ডিব্ৰুজান খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৷

নিৰ্বাচনক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত ৰণ ডংকা বজালে শিৱৰাজ সিঙে

author img

By

Published : Mar 15, 2021, 9:45 PM IST

Updated : Mar 15, 2021, 10:24 PM IST

ডিব্ৰুগড়,15 মাৰ্চ: নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত সোঁত বৈছে বহু ৰাজনৈতিক নেতাৰ ৷ সোমবাৰে ডিব্ৰুগড় সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ডিব্ৰুগড়ৰৰ ডিব্ৰুজান খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৷

এই নিৰ্বাচনী সভাতেই কংগ্ৰেছ দল আৰু বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ চৌহানে যি পাৰ্টীৰ নিজৰ কোনো গেৰেণ্টি নাই সি আনৰ গেৰেণ্টি কেনেকৈ ল’ব বুলি কটাক্ষ কৰে কংগ্ৰেছক ৷ আনহাতে, বদৰুদ্দিন আজমলে আতৰ বিক্ৰী কৰে কিন্তু বিষ বিয়পাই বুলি মন্তব্য কৰে শিৱৰাজ সিং চৌহানে ৷

নিৰ্বাচনক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত ৰণ ডংকা বজালে শিৱৰাজ সিঙে

ৰাহুল গান্ধী তথা কংগ্ৰেছে অবৈধ নাগৰিকক নিৰাপত্তা আৰু আশ্ৰয় দিয়াৰ স্বাৰ্থত আজমলৰ সৈতে মিত্ৰতা কৰিছে ৷ যি গৰাকী তৰুণ গগৈয়ে জীৱিত কালত আজমলৰ সৈতে মিত্ৰতা নকৰিলে সেই আজমলেৰে সৈতে হাত মিলাইছে ৰাহুল গান্ধীয়ে ৷ এই বুলি কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে, উজনি-নামনি অসমৰ বিভাজনেৰে কংগ্ৰেছে জিন্নাৰ আদৰ্শত চলিছে বুলি মন্তব্য কৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৷

লগতে পঢ়ক: অখিল গগৈৰ মাতৃক সাক্ষাৎ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

Last Updated : Mar 15, 2021, 10:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.