ETV Bharat / state

ডুমডুমাৰ ফিল’বাৰীত চুলাই মদৰ অবৈধ সৰবৰাহ - ডুমডুমাৰ ফিল’বাৰীত চুলাই মদৰ সৰৱৰাহ

চুলাই-মদৰ অবৈধ ব্যৱসায় বন্ধ কৰিবলৈ আৰক্ষী-প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে । বন্ধৰ সুযোগ লৈ কৰিছে এনেবোৰ অসামাজিক কাম কাজ ৷

dumduma-local-wine-destroy-public-at-philobari
ডুমডুমাৰ ফিল’বাৰীত চুলাই মদৰ সৰৱৰাহ
author img

By

Published : Mar 25, 2020, 12:51 PM IST

ডুমডুমা 25 মাৰ্চ : যি সময়ত কৰ’ণাৰ সংহাৰী ৰূপে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ত্ৰাসৰ সৃষ্টি কৰি়ছে ৷ সেই সময়তে ভাৰতত ল’ক ডাউন চলি থকাৰ সুযোগ লৈছে একাংশ অসাধু ব্যৱসায়ীযে ৷ ল’ক ডাউনৰ সুযোগ গ্ৰহণ কৰি তিনিচুকীয়া জিলাৰ ফিল'বাৰী শীতলপুৰ গাঁৱত দুজনকৈ যুৱকে এখন মটৰ চাইকেলত ৫ টাকৈ গেলনৰ লগতে গাড়ীৰ চকাৰ ভিতৰত চুলাই মদ ভৰাই নিয়াৰ সময়তেই স্থানীয় ৰাইজে যুৱক দুজনক হাতেলোতে ধৰি চুলাই সমূহ পেলাই দিয়ে। চুলাই-মদৰ অবৈধ ব্যৱসায় বন্ধ কৰিবলৈ আৰক্ষী-প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

ডুমডুমাৰ ফিল’বাৰীত চুলাই মদৰ সৰৱৰাহ

লগতে পঢক:অন্তিমখন ৰেল উপস্থিত হ'ল গুৱাহাটীত

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.