ETV Bharat / state

মুখ্যমন্ত্ৰীৰ গৃহচহৰৰ পৰা কেবৰ বিৰোধিতা জুবিন গাৰ্গৰ - ডিব্ৰুগড়ত জুবিন গাৰ্গৰ সংবাদ মেল

মুখ্যমন্ত্ৰীৰ গৃহ চহৰত সংবাদমেল পাতি কেবৰ বিৰোধিতা জুবিন গাৰ্গৰ ৷ কেবৰ বিৰোধিতাৰ কৰাৰ বাবেই ডিব্ৰুগড়ত জুবিন গাৰ্গক অনুষ্ঠান পৰিৱেশনত বাধা প্ৰশাসনৰ ৷

ZUBEEN PRESS MEET AT DIBRUGARH
মুখ্যমন্ত্ৰীৰ গৃহ চহৰৰ পৰা কেবৰ বিৰুদ্ধিতা জুবিন গাৰ্গৰ
author img

By

Published : Dec 8, 2019, 11:54 PM IST

ডিব্ৰুগড়,8 ডিচেম্বৰ : এইবাৰ মুখ্যমন্ত্ৰীৰ গৃহ চহৰৰ পৰা কেবৰ বিৰুদ্ধে জুবিন গাৰ্গ । ডিব্ৰুগড়ত জুবিন গাৰ্গৰ ইম্প্ৰেৰিয়েল ব্লু স্পঞ্চাৰৰ এটা অনুষ্ঠান বাতিলক লৈ ডিব্ৰুগড়ত সংবাদ মেল পাতি জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া," ভয় কৰে মোলৈ সেয়ে নিদিলে অনুষ্ঠান কৰিবলৈ । মইতো অনুষ্ঠান কৰা হ'লে মাত মাতিলো হয় কেবৰ বিৰুদ্ধে, চিঞৰিলো হয় ।" লগতে যতীন বৰাকো পদত্যাগ কৰিবলৈ আহ্বান জুবিন গাৰ্গৰ । "বিজেপিত যোগদান কৰিলে কাৰণে তেখেত কেবৰ বিৰোধিতা কৰিব নোৱাৰিছে । আচলতে যতীনে পদত্যাগ কৰিব লাগে । মই হোৱা হ'লে পদত্যাগ কৰিলো হয় । আনকি মই মন্ত্ৰী হোৱা হ'লেও পদত্যাগ কৰিলোহেঁতেন ।" আনহাতে কেব সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল স্থিতি সন্দৰ্ভত কয় জুবিন গাৰ্গে কয় যে ,শেষ বাৰলৈ ভাবি চাওঁক সৰ্বাদাই কেবৰ সম্পৰ্কে । এতিয়ালৈকে এষাৰো মাত মতা নাই তেওঁ । যিটো অতিকৈ বেয়া ৷ মুখ্যমন্ত্ৰীগৰাকীৰ পৰা ৰাইজে এনে আশা নকৰে ৷" ইফালে কেবৰ বিৰুদ্ধে ফেচবুকযোগেও জুবিন গাৰ্গে নিজৰ এখন ফটো শ্বেয়াৰ কৰি "No CAB, we will destroy it" বুলি মন্তব্য কৰে ৷

ZUBEEN PRESS MEET AT DIBRUGARH
ফেচবুক জৰিয়তে কেবৰ বিৰুদ্ধে প্ৰতিবাদ জুবিন গাৰ্গৰ
উল্লেখ্য যে কেবৰ বিৰোধিতাৰ কৰাৰ বাবেই ডিব্ৰুগড়ত জুবিন গাৰ্গক অনুষ্ঠান পৰিৱেশনত বাধা প্ৰশাসনৰ । নিৰাপত্তাৰ দোহাই দি দেওবাৰে চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত সংগীত পৰিৱেশনত বাধা দিয়ে ডিব্ৰুগড় জিলা প্ৰশাসনে৷
মুখ্যমন্ত্ৰীৰ গৃহ চহৰৰ পৰা কেবৰ বিৰুদ্ধিতা জুবিন গাৰ্গৰ

লগতে পঢ়ক:গুৱাহাটীত অসম নাগৰিক সমাজৰ কেব বিৰোধী ৰেলী

Intro:*এইবাৰ মুখ্যমন্ত্ৰীৰ গৃহ চহৰৰ পৰা কেবৰ বিৰুদ্ধে uncut জুবিন গাৰ্গ।*

ডিব্ৰুগড়ৰ পৰাই ক'লে,শেষ বাৰলৈ ভাবি চাওঁক সৰ্বা দাই কেবৰ সম্পৰ্কে।এতিয়ালৈকে এষাৰো মাত মতা নাই তেওঁ।

Byte:

ডিব্ৰুগড়ত জুবিন গাৰ্গৰ ইম্প্ৰিৰিয়েল ব্লুৰ স্পঞ্চাৰৰ এটা অনুষ্ঠান বাতিলক লৈ প্ৰতিক্ৰিয়া,ক'লে ভয় কৰে মোলৈ সেয়ে নিদিলে অনুষ্ঠান কৰিবলৈ।মইতো অনুষ্ঠান কৰা হয় মাত মাতিলো হয় কেবৰ বিৰুদ্ধে, চিঞৰিলো হয়।

Byte:

যতীন বৰাকো পদত্যাগ কৰিবলৈ আহ্বান।ক'লে পাৰ্টিত যোগদান কৰিলে কাৰণে নোৱাৰিছে।আছলতে যতীনে পদত্যাগ কৰিব লাগে।মই হোৱা হ'লে পদত্যাগ কৰিলো হয়।আনকি মই মন্ত্ৰী হোৱা হলেও পদত্যাগ কৰিলো হেতেন।

Byte:Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.