ETV Bharat / state

ডিব্ৰুগড়ত চোৰাং কাঠৰ অবৈধ বেহা! - DIBRUGARH WOOD SMUGGLING

ডিব্ৰুগড় জিলাত বন বিভাগৰ লগ হৈ চলি আছে চোৰাং কাঠৰ বেহা ৷ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু অৰুণাচল প্ৰদেশ আদিৰ পৰা চোৰাংকৈ বৃহৎ বৃহৎ চালি সাজি কঢ়িয়াই অনা হয় এই কাঠ সমূহ ৷ এনে দৰে চালি সাজি অনা কাঠৰ কুণ্ডা সমূহ পিছত চহৰৰ বিভিন্ন কাঠৰ মিলত যোগান ধৰা হয় ৷

ডিব্ৰুগড়ত চোৰাং কাঠৰ অবৈধ বেহা
author img

By

Published : Oct 22, 2019, 4:55 PM IST

ডিব্ৰুগড়, 22 অক্টোবৰঃ শাসনাধীন চৰকাৰখনে সময়ে সময়ে দুৰ্নীতি আৰু চিণ্ডিকেটৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ কথা কয় যদিও মুখ্যমন্ত্ৰীগৰাকীৰ গৃহ জিলাতে একাংশ অসাধু চক্ৰই বন বিভাগৰ সৈতে লগ হৈ চলাই আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ ডিব্ৰুগড় চহৰৰ নিচেই কাষতে মাইজান ঘাটত এক অসাধু চক্ৰই মজুত কৰি ৰাখিছে বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু অৰুণাচল প্ৰদেশ আদিৰ পৰা চোৰাংকৈ বৃহৎ চালি সাজি কঢ়িয়াই অনা হয় এই কাঠ সমূহ ৷ এনে দৰে চালি সাজি অনা কাঠৰ কুণ্ডা সমূহ পিছত চহৰৰ বিভিন্ন কাঠৰ মিলত যোগান ধৰা হয় ৷ সোমবাৰে বিয়লি অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,বিধায়ক ৰূপজ্যোতি কুৰ্মী,বিধায়ক দুৰ্গা ভূমিজ,প্ৰাক্তন মন্ত্ৰী অটুৱা মুণ্ডাসহ এটা সজাতি দল এক বিশেষ কাৰ্যসূচীলৈ ডিব্ৰুগড়ৰ মাইজান ঘাটলৈ আহোতে নৈৰ কাষত মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ চোৰাং কাঠসমূহ দৃষ্টি গোচৰ হয় ৷

ডিব্ৰুগড়ত চোৰাং কাঠৰ অবৈধ বেহা

আনহাতে,এক বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী লৈ অকস্মাতে দলটো মাইজান ঘাটত উপস্থিত হোৱাত সেই স্থানত থকা চোৰাং কাঠ সৰবৰাহকাৰী সকল উক্ত স্থান এৰি পলাই যায় ৷ সঁজাতি দলটোৱে অঞ্চলটো পৰিদৰ্শন কৰি শ শ মূল্যবান চোৰাং কাঠৰ কুণ্ডা প্ৰত্যক্ষ কৰে আৰু তৎক্ষণাত উপায়ুক্ত আৰু বন বভাগক অৱগত কৰে ৷

Intro::সৰ্বানন্দৰ শূণ্য সহনশীলতা,হৈছেগৈ শূণ্য। মুখ্যমন্ত্ৰীৰ গৃহ চহৰত চোৰাং কাঠৰ ৰমৰমীয়া বেহা।কংগ্ৰেছৰ বিধায়কৰ সজাতি দলে ধৰা পেলালে চোৰাং কাঠৰ ভাণ্ডাৰ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দুৰ্নীতি আৰু চিণ্ডিকেটৰ ক্ষেত্ৰত শূণ্য সহণশীলতাৰ কথা কৈ থাকে যদিও তেখেতৰ গৃহ চহৰতে একাংশ অসাধু চক্ৰই বন বিভাগৰ সৈতে মিতিৰালী কৰি চলাই আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। ডিব্ৰুগড় চহৰৰ নিচেই কাষতে মাইজান ঘাটত এক অসাধু চক্ৰই মজুত কৰি ৰাখিছে বৃহৎ পৰিমাণৰ চোৰাং কাঠ।ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু অৰুণাচল প্ৰদেশ আদিৰ পৰা চোৰাংকৈ বৃহৎ বৃহৎ চালি সাজি কঢ়িয়াই অনা হয় এই কাঠ সমূহ।এনে দৰে চালি সাজি অনা কাঠৰ কুণ্ডা সমূহ পিছত চহৰৰ বিভিন্ন কাঠৰ মিলত যোগান ধৰা হয়। সোমবাৰে বিয়লি অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,বিধায়ক ৰূপজ্যোতি কুৰ্মী,বিধায়ক দুৰ্গা ভূমিজ,প্ৰাক্তন মন্ত্ৰী অটুৱা মুণ্ডা সহ এটা সজাতি দল এক বিশেষ কাৰ্যসূচীলৈ ডিব্ৰুগড়ৰ মাইজান ঘাটলৈ আহোঁতে নৈৰ কাষত মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ ওপৰত দৃষ্টি গোচৰ হয়।এক বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীলৈ অকস্মাতে দলটো মাইজান ঘাটত উপস্থিত হোৱাত সেই স্থানত থকা চোৰাং কাঠ সৰবৰাহ কৰি সকল সেই স্থানৰপৰা পলাই যায়। সজাতি দলটোৱে অঞ্চলটো পৰিদৰ্শন কৰি শ শ মূল্যবান চোৰাং কাঠৰ কুণ্ডা প্ৰত্যক্ষ কৰে আৰু তৎক্ষণাত উপায়ুক্ত আৰু বন বভাগক অৱগত কৰে।বিশেষকৈ মুখ্যমন্ত্ৰীৰ গৃহ জিলাত এনেদৰে চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলি থকাত সকলোৱে আশ্চৰ্য্য প্ৰকাশ কৰে।

Byte 1 দেৱব্ৰত শইকীয়া,
2 ৰূপজ্যোতি কুৰ্মী,
3 দুৰ্গা ভূমিজ,
4 অটুৱা মুণ্ডা।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদBody:DoConclusion:Do
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.