ETV Bharat / state

ডিব্ৰুগড়ত পুনৰ আৰক্ষীৰ ৰবৰৰ গুলীচালনা

author img

By

Published : Dec 13, 2019, 3:02 PM IST

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰবৰৰ গুলীচালনা কৰে আৰক্ষীয়ে

ডিব্ৰুগড়
ৰবৰৰ গুলীচালনা
  • সান্ধ্য আইন শিথিলৰ পাচতেই ডিব্ৰুগড়ত বিক্ষিপ্ত ঘটনা
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৰ কুমাৰণী ছিগাত AS-06-R-0849 নম্বৰৰ এখন বাহন পথৰ মাজতে বগৰাই ভাঙি চূড়মাৰ কৰে দুৰ্বৃত্তই
  • পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰবৰৰ গুলীচালনা কৰে আৰক্ষীয়ে
  • বৰ্তমানেও অঞ্চলটোত উত্তপ্ত হৈ আছে পৰিস্থিতি

Intro:Body:

সান্ধ্য আইন শিথিলৰ পাচতেই ডিব্ৰুগড়ত বিক্ষিপ্ত ঘটনা

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৰ কুমাৰণী ছিগাত AS-06-R-0849 নম্বৰৰ এখন বাহন পথৰ মাজতে বগৰাই ভাঙি চূড়মাৰ কৰে দুৰ্বৃত্তই 

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰবৰৰ গুলীচালনা কৰে আৰক্ষীয়ে  

বৰ্তমানেও অঞ্চলটোত উত্তপ্ত হৈ আছে পৰিস্থিতি 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.