ETV Bharat / state

85 গ্ৰাম ড্ৰাগছ সহ আটক পাঁচ ড্ৰাগছ সৰবৰাহকাৰী - ডিব্ৰুগড় আৰক্ষী

শুকুৰবাৰে নিশা 85 গ্ৰাম ড্ৰাগছ সহ ডিব্ৰুগড় আৰক্ষীৰ জালত পৰে পাঁচ ড্ৰাগছ সৰবৰাহকাৰী ৷ চহৰৰ বৈৰাগীমথ অঞ্চলৰ পৰা ডিব্ৰুগড় আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰে সৰবৰাহকাৰী কেইজনক ৷

Dibrugarh police arrest five drug smugglers
85 গ্ৰাম ড্ৰাগছ সহ আটক পাঁচ ড্ৰাগছ সৰবৰাহকাৰী
author img

By

Published : Mar 7, 2020, 4:29 AM IST

ডিব্ৰুগড়,6 মাৰ্চঃ ড্ৰাগছৰ বিৰুদ্ধে পুনৰ অভিযান ডিব্ৰুগড় আৰক্ষীৰ ৷ শুকুৰবাৰে নিশা 85 গ্ৰাম ড্ৰাগছ সহ ডিব্ৰুগড় আৰক্ষীৰ জালত পৰে পাঁচ ড্ৰাগছ সৰবৰাহকাৰী ৷ চহৰৰ বৈৰাগীমথ অঞ্চলৰ পৰা ডিব্ৰুগড় আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰে লক্ষ্য কোঁৱৰ, কাৰ্তিক ফুকন, দেৱাশীষ বৰদলৈ,ৰাজ বৰুৱা আৰু উদিত আলী নামৰ পাঁচ ড্ৰাগছ সৰবৰাহকাৰীক ৷ আৰক্ষীয়ে সৰবৰাহকাৰী দলটোৰ পৰা এখন গাড়ী আৰু 5000 টকাও জব্দ কৰিছে ৷ NDPS আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা এই পাঁচ সৰবৰাহকাৰীক শনিবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

Dibrugarh police arrest five drug smugglers
জব্দকৃত ড্ৰাগছ

লগতে পঢ়ক-জীৱন যুঁজত হাৰ মানিব নোখোজা কৃস্তি....

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.