ডিব্ৰুগড়, 29 মাৰ্চ: কৰ'ণা প্ৰতিৰোধৰ বাবে চৰকাৰলৈ বিধায়ক উন্নয়ন পুঁজিৰ 10 লাখ টকা আগবঢ়ালে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে । কিছুদিন পূৰ্বে চৰকাৰলৈ নিজাববীয়াকৈ 1 লাখ টকাৰ অনুদান আগবঢ়াইছিল ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে ৷ সোমবাৰে সমষ্টিটোৰ দুখীয়া ৰাইজক কিছু সকাহ দিবৰ বাবে পুনৰ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক উন্নয়ন পুঁজিৰ পৰা 10 (দহ) লাখ টকা ডিব্ৰুগড় জিলা উপায়ুক্তৰ হাতত অৰ্পণ কৰে বিধায়কগৰাকীয়ে।
চৰকাৰী সাহাৰ্যলৈ বিধায়ক উন্নয়ন পুঁজিৰ 10 লাখ অনুদান প্ৰশান্ত ফুকনৰ
কিছুদিন পূৰ্বে চৰকাৰলৈ নিজাববীয়াকৈ 1 লাখ টকাৰ অনুদান আগবঢ়াইছিল ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে ৷
10 লাখ অনুদান প্ৰশান্ত ফুকনৰ