ETV Bharat / state

এইবাৰ পাকঘৰত সোমাল বনৰজা - DIBRUGARH LEOPARD RECOVER ASSAM

ডিব্ৰুগড়ৰ চানমাৰিত বাঘৰ আতংক ৷ গৃহস্থৰ পাকঘৰত সোমাল বাঘ ৷

আক্ৰমণ চলালে যুৱকৰ ওপৰত
author img

By

Published : Nov 14, 2019, 4:16 PM IST

Updated : Nov 14, 2019, 4:28 PM IST

ডিব্ৰুগড়, 14 নৱেম্বৰ: দিনক দিনে জনাঞ্চলত বৃদ্ধি পাইছে বাঘৰ আতংক ৷ এইবাৰ ডিব্ৰুগড়ৰ চানমাৰিত বাঘে চলালে তাণ্ডৱ ৷ মেহতাব আহমেদ নামৰ এজন লোকৰ পাকঘৰত সোমাল বনৰজা ৷

ডিব্ৰুগড় বাঘৰ আতংক
বাসগৃহৰ ভিতৰত সোমাল বনৰজা

এমামুদ্দিন আহমেদ নামৰ যুৱক এজনৰ ওপৰত আক্ৰমণ চলালে নাহৰফুটুকীটোৱে ৷ গুৰুতৰভাৱে আহত হৈছে যুৱকজন ৷ তীব্ৰ আতংকই বিৰাজ কৰিছে অঞ্চলবাসীৰ মাজত ৷

যুৱকজনৰ নাম এনামুদ্দিন আহমেদ
যুৱকৰ ওপৰত আক্ৰমণ নাহৰফুটুকীৰ

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ডিব্ৰুগড় চহৰত দুবাৰকৈ বাঘে চলাইছিল আতংক ৷ ডিব্ৰু ছৈখোৱাৰ পৰা অহা বন বিভাগৰ লোকে ট্ৰেংকুলাইজ কৰিছিল পূৰ্বৰ বাঘ দুটা ৷ আজি পুনৰ সংঘটিত হৈছে তৃতীয়টো ঘটনা ৷ বন বিভাগে জানিবলৈ দিয়া মতে এইবাৰ,বাঘটো নিয়ন্ত্ৰণ কৰিবলৈ কাজিৰঙাৰ পৰা অনা হ'ব বিশেষজ্ঞৰ দল ৷

ডিব্ৰুগড়ৰ চানমাৰিত বাঘৰ আতংক

লগতে পঢ়ক: ভক্তিবাদৰ ৰোষত ভুগিব লাগিব বিধায়ক পদ্ম হাজৰিকা!

Intro:Dib Tiger at Home TL জেচিম আহমেদ
*ডিব্ৰুগড়ত পুনৰ বাঘৰ আতংক।এইবাৰ
ডিব্ৰুগড়ৰ চানমাৰিত বাঘ।মাহতাভ আহমেদ নামৰ এজন লোকৰ বাসগৃহৰ পাকঘৰত সোমাল বনৰজা।এমামুদ্দিন আহমেদ নামৰ এজন যুৱকক আক্ৰমণ।গুৰুতৰ ভাবে আহত।পুৱাৰ ভাগত সোমাল নাহৰফুটুকী বাঘটো।বৰ্তমান নাহৰফুটুকী বাঘটোৱে পাকঘৰত আশ্ৰয় গ্ৰহণ কৰি আছে।তীব্ৰ আতংক।ইতিমধ্যে ডিব্ৰুগড়ত এইটো তৃতীয় টো ঘটনা সংঘটিত হৈছে।ইয়াৰ পূৰ্বে ডিব্ৰুগড় নগৰৰ পাঁচ আলিত লক্ষীন্দ্ৰ ৰায় নামৰ লোকৰ ঘৰত সোমাইছিল বাঘ।ইয়াৰ পাছত চিতাম্বৰ চুতীয়া নামৰ ব্যক্তি জনৰ হাহৰ গৰালত সোমাইছাল বাঘ।দুয়োটা বাঘ ডিব্ৰু ছৈখোৱা পৰা অহা বন বিভাগৰ লোকে ট্ৰেকুইলাইজাৰ কৰিছিল বাঘদুটা।আজি পুনৰ তৃতীয় টো ঘটনা।বনবিভাগে কাজিৰঙা পৰাহে আনিব বিশেষজ্ঞ দল।ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদৰ TLBody:DoConclusion:Do
Last Updated : Nov 14, 2019, 4:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.