ETV Bharat / state

সৌৰভ দাসৰ পৰিয়ালৈ ৰাজ্য চৰকাৰ পাঁচ লাখ টকাৰ এককালীন সাহায্য

মঙলবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই সৌৰভ দাসৰ পৰিয়ালক প্ৰদান কৰিলে সাহায্যৰ চেক ৷ লেজাইত অঞ্চলত আজিও এক চেপা উত্তেজনাই বিৰাজ কৰি আছে ৷

author img

By

Published : Jun 23, 2020, 10:49 PM IST

Dibrugarh DC has present at Sourabh Das's home
ডিব্ৰুগড় লেজাই সৌৰভ দাসৰ পৰিয়ালৈ ৰাজ্য চৰকাৰ পাঁচ লাখ টকাৰ এককালীন সাহাৰ্য্য প্ৰদান

মৰাণ,২৩জুনঃ দেওবাৰে চেঁচা নদীত উদ্ধাৰ হোৱা লেজাইৰ দেৱানবাৰী সৌৰভ দাস ঘৰত মঙলবাৰে জিলাৰ উপায়ুক্ত গৰাকী লগতে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত, অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰ উপস্থিত হৈ সৌৰভ পিতৃ মাতৃ লগতে পৰিয়ালৰ সদস্যবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পাঁচ লাখ টকাৰ এককালীন সাহাৰ্যৰ অনুদান পত্ৰ প্ৰদান কৰে ৷

জিলা উপায়ুক্তৰ লগত যোৱা দলটোৱে স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হয় ৷ উপায়ুক্ত পল্লৱ গোপাল ঝাই অঞ্চলটোলৈ শান্তিৰ পৰিবেশ ঘূৰাই অনাৰ দিশত সকলোকে একত্ৰিত হৈ কাম কৰি যাবলৈ আহ্বান জনায় কয় প্ৰশাসনৰ তৰফৰ পৰাও সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক উচিত শাস্তি বিহাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা হাতত লোৱা হৈছে ।

উল্লেখযোগ্য যে যোৱা শুক্ৰবাৰে নিৰুদেশ হোৱা সৌৰভ দাসৰ মৃত দেহ দেওবাৰে পোৱাৰ চেঁচা নদিত উদ্ধাৰ হৈছিল । ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তিনিজনক ইতিমধ্যে আটক কৰি তদন্ত আৰম্ভ কৰিছে যদিও সমগ্ৰ ডিব্ৰুগড় জিলা লগতে বিশেষকৈ লেজাইত অঞ্চলটোত আজিও এক চেপা উত্তেজনাই বিৰাজ কৰিছে । এই ঘটনাক লৈ সোমবাৰে ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰিছিল দেখিবলৈ পোৱা গৈছে জিলা প্ৰশাসন আৰু আৰক্ষীয়ে সমগ্ৰ ঘটনা পাছতে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰি পৰিবেশ পুনৰ শান্তিপূৰ্ণ কৰিবলৈ চেষ্টা কৰিছে । কিন্তু সৌৰভৰ পৰিয়াল লগতে লেজাই ৰাইজে দোষীৰ ফাঁচি দিয়া দাবি তুলিছে কিন্তু আৰক্ষীৰ তদন্ত পাছতে গম পোৱা যাব সৌৰভ হত্যাকাৰীয়ে কি শাস্তি পায় ।

লগতে পঢকঃ যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ দেহত ক'ভিড-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.