ETV Bharat / state

ডিব্ৰুগড়ৰ বকুল চাউলউখোৱাত গুলিচালনা,আহত সাংবাদিক-ছাত্ৰী - ডিব্ৰুগড় সাংবাদিক আহত বাতৰি

ডিব্ৰুগড়ৰ বকুল চাউলউখোৱাত ভয়াৱহ পৰিস্থিতি ৷ গুৰুতৰ ভাৱে আহত বাতৰি সংগ্ৰহ কৰি থকা ডি ৱাই 365 আৰু অসমীয়া খবৰৰ ডিব্ৰুগড়ৰ সংবাদাতা তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁই ৷ লগতে আৰক্ষীৰ গুলীচালনাত আহত ডিব্ৰুগড় বকুল পলিটেকনিকৰ ছাত্ৰী ৷ আহত ছাত্ৰী গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ ৷

Dibrugarh CAB protest
ডিব্ৰুগড়ৰ বকুল চাউলউখোৱাত ভয়াবহ পৰিস্থিতি, আহত সাংবাদিক,ছাত্ৰী
author img

By

Published : Dec 11, 2019, 1:44 PM IST

Updated : Dec 11, 2019, 2:36 PM IST

ডিব্ৰুগড়, 11 ডিচেম্বৰঃডিব্ৰুগড়ৰ বকুল চাউলউখোৱাত ভয়াৱহ পৰিস্থিতি,প্ৰতিবাদকাৰীক লাঠি চালনা,শূণ্যলৈ গুলী আৰু প্ৰতিবাদকাৰীলৈ ৰবৰ গুলী,কন্দোৱা গেছ প্ৰয়োগ আৰক্ষীৰ । প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ বৃহৎ বৃহৎ শিল ইটা নিক্ষেপ কৰে,প্ৰতিবাদকাৰীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় বাতৰি সংগ্ৰহ কৰি থকা এগৰাকী সাংবাদিক। আহত সাংবাদিকজনৰ নাম ৰাতুল বুঢ়াগোহাঁই বুলি জানিব পৰা গৈছে । বৰ্তমান ডিব্ৰুগড়ৰ সঞ্জীৱনি নাৰ্চিং হোমত চিকিৎসাধীন ৰাতুল বুঢ়াগোহাঁই।

ডিব্ৰুগড়ৰ বকুল চাউলউখোৱাত ভয়াবহ পৰিস্থিতি

উল্লেখ যে ডিব্ৰুগড়ত বিগত দুদিন ধৰি দিনে নিশাই প্ৰতিবাদ অব্যাহত থকাৰ পাছত আজি পুৱাও অনুৰূপ পৰিৱেশ দেখা গৈছে।প্ৰতিটো পথতে টায়াৰ জ্বলাই প্ৰতিবাদ অব্যাহত থকাৰ পাছত হাজাৰ হাজাৰ লোক ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকসহ আৰক্ষীৰ এটা দলে এই সকল প্ৰতিবাদকাৰীক শান্তিপূৰ্ণ ভাৱে প্ৰতিবাদ জনাবলৈ আৰু আন ৰাইজক প্ৰতিবাদৰ নামত হাৰাশাস্তি নকৰিবলৈ আহ্বান জনাই থকাৰ সময়তে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ বকুলত আৰক্ষীৰ আহ্বান নামানি প্ৰতিবাদকাৰীয়ে পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে ৷ উত্তেজিত প্ৰতিবাদকাৰীয়ে আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাই, তাৰ পাছতে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে ৰবৰ বুলেটেৰে গুলী চালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে। আনহাতে আৰক্ষীৰ গুলীচালনাত আহত হৈছে ডিব্ৰুগড় বকুল পলিটেকনিকৰ এগৰাকী ছাত্ৰী । আহত ছাত্ৰী গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ।

আহত ছাত্ৰী

ইফালে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে ৰবৰ বুলেটেৰে গুলী চালনা কৰে,নিক্ষেপ কৰে কন্দুৱা গেছ । আৰক্ষীৰ গুলীচালনাত আহত ডিব্ৰুগড় বকুল পলিটেকনিকৰ ছাত্ৰী ৷ আহত ছাত্ৰী গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ ৷

লগতে পঢ়ক- শিৱসাগৰত অখিল গগৈৰ হুংকাৰঃ কেব কেতিয়াও মানি নলয় অসমে

Intro::ডিব্ৰুগড়ৰ বকুল চাউলউখোৱাত ভয়াবহ পৰিস্থিতি,প্ৰতিবাদকাৰীক লাঠি চালনা,শূণ্যলৈ গুলী আৰু প্ৰতিবাদকাৰীলৈ ৰবৰ গুলী,কন্দোৱা গেছ।প্ৰতিবাদীকাৰীৰ প্ৰত্যেক্ৰমণ,আৰক্ষীলৈ বৃহৎ বৃহৎ শিল ইটা নিক্ষেপ,আক্ৰমণত গুৰুত্বৰ ভাৱে আহত বাতৰি সংগ্ৰহ কৰি থকা সাংবাদিক।ডি ৱাই 365 আৰু অসমীয়া খবৰৰ ডিব্ৰুগড়ৰ সংবাদাতা তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁই আক্ৰমণত গুৰুত্বৰ ভাৱে আহত হয়।বৰ্তমান ডিব্ৰুগড়ৰ সঞ্জীৱনি নাৰ্চিং হোমত চিকিৎসাধীন ৰাতুল।আক্ৰমণৰ সময়ত লাইভ যোগে বাতৰি প্ৰচাৰ কৰি আছিল ৰাতুলে আৰু পিচফালৰ পৰা প্ৰতিবাদকাৰীৰ বৃহৎ ইটাৰে আক্ৰমণ হয় আৰু অচেতন হৈ ঠাইতে ধলি পৰে সাংবাদিক জন।
বাতৰি সংগ্ৰহ কৰি
ওচৰত থকা সতীৰ্থ সাংবাদিক সকলে ৰাতুলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।উল্লেখ যে ডিব্ৰুগড়ত বিগত দুদিন দিনে নিশাই অগ্নিশৰ্মা প্ৰতিবাদ অব্যাহত থকাৰ পাছত আজি পুৱাও অনুৰূপ পৰিবেশ অব্যাহত আছিল।প্ৰতিটো পথতেই কেই মিটাৰ নিলগে নিলগে টাইয়াৰ জ্বলাই প্ৰতিবাদ অব্যাহত থকাৰ পাছত,এটা এটা অঞ্চলত হাজাৰ হাজাৰ লোক ওলাই আহিছে। ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক সহ আৰক্ষীৰ এটা দলে এই সকল প্ৰতিবাদকাৰীক শান্তিপূৰ্ণ ভাৱে প্ৰতিবাদ জনাবলৈ আৰু আন ৰাইজক প্ৰতিবাদৰ নামত হাৰাশাস্তি নকৰিবলৈ আহ্বান জনাই গৈ আছিল।এনে সময়তে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ বকুলত আৰক্ষী এই আহ্বান নামানি প্ৰতিবাদকাৰীয়ে পৰিস্থিতি অধিক উত্তপ্ত কৰি তুলে আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাই, তাৰ পাছতে প্ৰতিবাদকাৰক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে ৰবৰ বুলেটেৰে গুলী চালনা কৰে কন্দোৱা গেছ এৰে।আৰক্ষীৰ গুলীচালনাত আহত ডিব্ৰুগড় বকুল পলিটেকনিকৰ ছাত্ৰী।আহত ছাত্ৰী গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ।Body:DoConclusion:Do
Last Updated : Dec 11, 2019, 2:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.