ETV Bharat / state

লক ডাউন শিথিলৰ পাচতে পুনৰ আৰম্ভ গ্ৰাম্য পথ উন্নয়নৰ কাম - গড়কাপ্তানি গ্ৰাম্য পথ সংমণ্ডল

ডিব্ৰুগড় জিলাত ঠায়ে ঠায়ে গ্ৰাম্য পথ উন্নয়নৰ বাবে গড়কাপ্তানি গ্ৰাম্য পথ সংমণ্ডলে পুনৰ আৰম্ভ কৰিছে নিৰ্মাণ কাৰ্য ।

Developmental works on progress again in dibrugarh

author img

By

Published : May 30, 2020, 11:48 AM IST

ডিব্ৰুগড়, ৩০ মে': COVID-19ৰ আতংকময় পৰিস্থিতিৰ মাজতে পুনৰ আৰম্ভ হৈছে উন্নয়ণমূলক কাম । ডিব্ৰুগড় জিলাত ঠায়ে ঠায়ে গ্ৰাম্য পথ উন্নয়নৰ বাবে গড়কাপ্তানি গ্ৰাম্য পথ সংমণ্ডলে অহৰ্নিশে নিৰ্মাণ কাৰ্য অব্যাহত ৰখা পৰিলক্ষিত হৈছে ।

লক ডাউন শিথিলৰ পাচতে পুনৰ আৰম্ভ গ্ৰাম্য পথ উন্নয়নৰ কাম

ইয়াৰে ডিব্ৰুগড় জিলাৰ টিংখঙ সমষ্টিত এছ অ' পি ডি-চিগনেছাৰ প্ৰকল্পৰ অধীনত হাতত লোৱা, নামৰূপ-টিংখাং পথছোৱাৰ বহলীকৰণৰ কাম শেহতীয়াকৈ পুনৰ আৰম্ভ কৰা দেখা গৈছে । লক ডাউনৰ বাবে বাদ পৰি ৰোৱা কাম ক্ষিপ্ৰতাৰে কৰি সম্পূৰ্ণ কৰাৰ বাবে নিশাৰ ভাগতো এই কামসমূহ সামাজিক দূৰত্ব বৰ্তাই আগবঢ়াই নিয়া হৈছে ।

একেদৰে সংমণ্ডলটোৱে এছ অ' পি ডি-জিৰ অধীনত টিংখং সমষ্টিৰ অন্তৰ্গত মৰাণ-নাহৰকটীয়া পথৰ মেৰামতিৰ কামো পূৰ্ণগতিত অব্যাহত ৰাখিছে । উল্লেখ্য যে, সম্প্ৰতি অতি শোচনীয় অৱস্থাত থকা পথচোৱা আটকধুনীয়াকৈ নিৰ্মাণ কৰাৰ বাবে পথটো অসম মালা আঁচনিৰ অধীনত চৰকাৰে উন্নয়নৰ বাবে পৰিকল্পনা কৰিছিল যদিও COVID-19 ৰ পৰিস্থিতিৰ ফলত এই কামটো আৰম্ভ হোৱাত পলম হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি, বৰ্তমান এছ অ' পি ডি-জিৰ অধীনত মৰাণ-নাহৰকটীয়া পথৰ মেৰামতিৰ কাম হাতত লোৱা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.