ETV Bharat / state

দুলীয়াজান আৰু নাহৰকটীয়াত ক'ভিড পৰিস্থিতি পৰ্যৱেক্ষণ ডিব্ৰুগড় জিলা উপায়ুক্তৰ

বুধবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই নামৰূপত উপস্থিত হৈ ডিব্ৰুগড় জিলা প্ৰশাসন, স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেডৰ সহযোগত নামৰূপ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেডৰ চিকিৎসালয়ত ক'ভিড সংক্ৰমিত ব্যক্তিক চিকিৎসা সেৱা প্ৰদানৰ বাবে স্থাপন কৰিব লগা ১০০ খন বিচনা যুক্ত ক'ভিড কেয়াৰ চেণ্টাৰটো পৰিদৰ্শন কৰে আৰু ইয়াৰ নিৰ্মাণৰ লগতে অন্যান্য ব্যৱস্থা সমূহৰ বিষয়ে বুজ লয়।

author img

By

Published : May 26, 2021, 10:39 PM IST

দুলীয়াজান আৰু নাহৰকটীয়াত ক'ভিড পৰিস্থিতি পৰ্যৱেক্ষণ ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ

মৰাণ, 26 মে’: ৰাজ্য চৰকাৰে বিভিন্ন নীতি নিয়ম নিৰ্ধাৰণ কৰি ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে যদিও ডিব্ৰুগড় জিলাত ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই । সমগ্ৰ জিলা খনত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাই থকাৰ লগতে ৰোগীৰ মৃত্যু সংখ্যাও বৃদ্ধি পাইছে ।‌ তেনে পৰিস্থিতিত ডিব্ৰুগড় প্ৰশাসনে ক'ভিড কেয়াৰ চেন্টাৰ বৃদ্ধি কৰাৰ লগতে ভেকচিন প্ৰদান কেন্দ্ৰ বৃদ্ধি কৰিছে ।

বুধবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই নামৰূপত উপস্থিত হৈ ডিব্ৰুগড় জিলা প্ৰশাসন, স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেডৰ সহযোগত নামৰূপ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেডৰ চিকিৎসালয়ত ক'ভিড সংক্ৰমিত ব্যক্তিক চিকিৎসা সেৱা প্ৰদানৰ বাবে স্থাপন কৰিব লগা ১০০ খন বিচনা যুক্ত ক'ভিড কেয়াৰ চেণ্টাৰটো পৰিদৰ্শন কৰে আৰু ইয়াৰ নিৰ্মাণৰ লগতে অন্যান্য ব্যৱস্থা সমূহৰ বিষয়ে বুজ লয় ।

লগতে উপায়ুক্ত গৰাকীয়ে নাহৰকটীয়াস্থিত ৰটাৰী ক্লাবত ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত স্থাপন কৰা ক'ভিড ১৯ ৰ টীকা প্ৰদান কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰটোৰ যাৱতীয় সা-সুবিধা সমূহৰ বিষয়ে বুজ লয় । আজিৰ এই পৰিদৰ্শন কালত জিলা আৰক্ষী অধীক্ষক আৰু নাহৰকটীয়াৰ চক্ৰ বিষয়া গৰাকীও উপস্থিত থাকে।

লগতে পঢ়কঃ স্বামীৰ সন্মুখতে ক'ভিডৰ আতংকই প্ৰাণ কাঢ়িলে পত্নীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.