ETV Bharat / state

শ্বহীদ পূৰ্ণকান্ত নিৰ্মলীয়াৰ বাসগৃহত আমৰণ অনশনৰ কাৰ্যসূচী

author img

By

Published : Sep 3, 2020, 10:04 AM IST

নাহৰকটীয়াত অসম আন্দোলনৰ শ্বহীদ পূৰ্ণকান্ত নিৰ্মলীয়াৰ বাসগৃহত সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ আমৰণ অনশনৰ কাৰ্যসূচী ৷ শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যসকলক কৰ্ম সংস্থাপন দিয়াৰ দাবীত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী ৷

Death fast at the residence of Shaheed Purnakanta Nirmaliya_nahorkotia
শ্বহীদ পূৰ্ণকান্ত নিৰ্মলীয়াৰ বাসগৃহত আমৰণ অনশন কাৰ্যসূচী

ডিব্ৰুগড়,3ছেপ্টেম্বৰ: বুধবাৰে সমগ্ৰ ৰাজ্যৰ লগতে নাহৰকটীয়াতো অসম আন্দোলনৰ শ্বহীদ পূৰ্ণকান্ত নিৰ্মলীয়াৰ বাসগৃহত সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদে ৰূপায়ণ কৰে আমৰণ অনশনৰ কাৰ্যসূচী ৷ অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ কৰা আৰু অসম আন্দোলনৰ শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যসকলক কৰ্ম সংস্থাপন প্ৰদানৰ দাবীত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী ৷ এই আমৰণ অনশন স্থলীৰ পৰাই সমাগত বিধান সভা নিৰ্বাচনৰ পূৰ্বে শ্বহীদ পৰিয়ালৰ দাবীসমূহ মানি নল'লে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰো হুংকাৰ দিয়ে শ্বহীদ পৰিয়ালবৰ্গই ৷

অন্য এক খবৰৰ বাবে: ৰাষ্ট্ৰীয় সংবাদ মাধ্যম চৰকাৰী পক্ষৰ পকেটৰ ৰুমাল : প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.