ETV Bharat / state

ডিব্ৰুগড়ত গৰু চোৰৰ আক্ৰমণ আৰক্ষীৰ গাড়ীত - cattle lifter

ডিব্ৰুগড় চহৰত মঙলবাৰে নিশা আৰক্ষীয়ে গৰু চোৰৰ বাহনখন অনুসৰণ কৰি থাকোতে তিনি গৰু চোৰে ডিব্ৰুগড়ৰ মিলন নগৰ আৰক্ষীসহ চি আৰ পি এফ জোৱান থকা আৰক্ষীৰ দলটোক আক্ৰমণৰ কৰে ৷

ডিব্ৰুগড়
ডিব্ৰুগড়ত গৰু চোৰৰ আক্ৰমণ আৰক্ষীৰ গাড়ীত
author img

By

Published : Dec 4, 2019, 8:45 AM IST

ডিব্ৰুগড়, 4 ডিচেম্বৰঃ ডিব্ৰুগড়ত গৰু চোৰৰ সন্ত্ৰাস। আৰক্ষীৰ দলক প্ৰাণে মৰাৰ চেষ্টা চোৰাং গৰু ব্যৱসায়ীৰ। গৰু চোৰৰ বাহনেৰে আৰক্ষী চি আৰ পি এফৰ বাহনক মহতিয়াই নিয়াৰ চেষ্টাৰ অভিযোগ আৰক্ষীৰ। আক্ৰমণকাৰী গৰু সৰবৰাহকাৰীসহ দুই গৰু চোৰ আৰক্ষীৰ জালত । আনহাতে,গৰু চোৰকেইটাৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনৰ থকা চাৰি চি আৰ পি এফ জোৱানসহ দুই আৰক্ষী আৰু চালকজন ৷

ডিব্ৰুগড়ত গৰু চোৰৰ আক্ৰমণ আৰক্ষীৰ গাড়ীত

উল্লেখ্য যে, মঙলবাৰে নিশা ডিব্ৰুগড়ত AS-01AN-2260 নম্বৰৰ ইণ্ডিকা ভিষ্টা বাহনেৰে গৰু চোৰৰ গাড়ীয়ে আৰক্ষীৰ গাড়ীত খুণ্ডা মৰাৰ অভিযোগ উত্থাপন। ডিব্ৰুগড় চহৰত মঙলবাৰে নিশা আৰক্ষীয়ে গৰু চোৰৰ বাহন খন অনুসৰণ কৰি থাকোতে তিনি গৰু চোৰে ডিব্ৰুগড়ৰ মিলন নগৰ আৰক্ষীসহ চি আৰ পি এফ জোৱান থকা আৰক্ষীৰ দলটোক আক্ৰমণৰ কৰে ৷ তাৰোপৰি দুৰ্ঘটনাটোত এটা গৰু থিতাতে নিহত হোৱাৰ লগতে আন কেইবাটাও গৰু গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় বুলি জানিবলৈ দিয়ে ভুক্তভোগী আৰক্ষীৰ দলটোৱে ৷

আৰু পঢ়কঃ নতুন দিল্লীত মুখ্যমন্ত্ৰী সোণোৱালক কলা পতাকা প্ৰদৰ্শন

Intro:ডিব্ৰুগড়ত অব্যাহত গৰু চোৰৰ সন্ত্ৰাস।আৰক্ষীৰ দলক প্ৰাণে মৰাৰ চেষ্টা এইবাৰ।গৰু চোৰৰ বাহনেৰে আৰক্ষী চি আৰ পি এফৰ বাহনক মহতীয়াই নিয়াৰ চেষ্টা।চুৰি গৰু সহ দুই গৰু চোৰ আৰক্ষীৰ জালত।

:মাজৰাতি ডিব্ৰুগড়ত গৰু চোৰৰ গাড়ীয়ে আৰক্ষীৰ গাড়ীত খুণ্ডা মাৰি চলালে আক্ৰমণ।তিনি গৰু চোৰে চুৰি গৰু লৈ আহি থকা এখন AS 01 AN 2260 নম্বৰৰ ইণ্ডিকা ভিছটা বাহনেৰে সন্মূখৰ পৰা খুণ্ডা মাৰি আক্ৰমণৰ চেষ্টা চলালে ডিব্ৰুগড়ৰ মিলন নগৰ আৰক্ষী সহ চি আৰ পি এফ জোৱান থকা আৰক্ষীৰ বহনৰ দলটোক। ডিব্ৰুগড় চহৰত মাজ নিশা আৰক্ষীয়ে পিচ লৈ খেদি খেদি গৰু চোৰৰ বাহনখন ধৰাৰ চেষ্টা চলাই থাকোতেই এইদৰে আৰক্ষী বাহনক আক্ৰমণ।প্ৰথমে গাভৰু পথাৰ আৰক্ষীৰ বাহনে খেদি আছিল গৰু চোৰৰ বাহনখৰ। কিন্তু গাড়ীখন আঁতৰি যাবলৈ সক্ষম হোৱাত মিলন নগৰ আৰক্ষীৰ AS 23J6801 নম্বৰৰ বাহনেৰে সন্মূখৰ পৰা আগভেটিবলৈ খেদা মাৰে। ইফালে পাছফালৰ পৰা গাভৰু পথাৰ আৰক্ষীৰ দলেও বাহনেৰে খেদি আহি আছিল গৰু চোৰৰ বাহনখন।এনে সময়তে হাতীমৰাৰ সমিপত আগ ভেঁটিবলৈ ধৰা মিলন নগৰ আৰক্ষী চকীৰ বাহনখত তীব্ৰ বেগত খুণ্ডা মাৰি আক্ৰমণ গৰু চোৰৰ বাহনৰ।কথমপিহে ৰক্ষা পৰে বাহনখন থকা চাৰি চি আৰ পি এফ জোৱান সহ দুই আৰক্ষী আৰু চালক।ইফালে আৰক্ষীয়ে কৰায়ত্ব কৰে দুটা গৰু চোৰক।ইয়াৰে তৃতীয়টো চোৰ পলাই যায়।

গাড়ী খনত থকা এটি গৰুৱে থিতাতে মৃত্যুক সাবতি লয়,আৰু কেইবাটাও আঘাটপ্ৰাপ্ত হয়।ইফালে আৰক্ষীৰ বাহনখনৰ সন্মূখভাগ ধ্বংসস্তুপত পৰিণত হয়।Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.