ETV Bharat / state

ডিব্ৰুগড়ত সাংবাদিকসকলক ক'ভিড-১৯ ৰ টীকা প্ৰদান - Dibrugarh

ডিব্ৰুগড়ত সাংবাদিকসকলক ক'ভিড-১৯ ৰ টীকা প্ৰদান । ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত কৰ’ণা টীকা প্ৰদান কৰা হয় । জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যালয় গৃহত বৃহস্পতিবাৰে ক'ভিড যোদ্ধা সাংবাদিকসকলক ক'ভিড-১৯ ৰ টীকা প্ৰদান কৰা হয় ।

ডিব্ৰুগড়ত সাংবাদিকসকলক ক'ভিড-১৯ ৰ টীকা প্ৰদান

author img

By

Published : Apr 1, 2021, 1:53 PM IST

মৰাণ,১ এপ্ৰিল: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কৰ’ণা প্ৰতিষেধক প্ৰদানৰ অভিযান অব্যাহত আছে । ডিব্ৰুগড় জিলাৰ সাংবাদিকসকলকো আনুষ্ঠানিকভাৱে ক'ভিড-১৯ ৰ টীকা প্ৰদান কৰা হয় । জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত কৰ’ণা টীকা প্ৰদান কৰা হয় । জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যালয় গৃহত বৃহস্পতিবাৰে ক'ভিড যোদ্ধা সাংবাদিকসকলক ক'ভিড-১৯ ৰ টীকা প্ৰদান কৰা হয় ।

ডিব্ৰুগড়ত সাংবাদিকসকলক ক'ভিড-১৯ ৰ টীকা প্ৰদান
ডিব্ৰুগড়ত সাংবাদিকসকলক ক'ভিড-১৯ ৰ টীকা প্ৰদান

উল্লেখযোগ্য যে এই অনুষ্ঠানত সাংবাদিকসকলৰ লগতে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাইও ক'ভিডৰ টীকা গ্ৰহণ কৰে । জিলা উপায়ুক্তগৰাকীয়ে সাংবাদিকসকলক ক'ভিড-১৯ ৰ সময়ত তেখেতসকলে ক'ভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতাৰ বাবে আগবঢ়োৱা সেৱাৰ শলাগ লয় । আজিৰ এই টীকাকৰণ কাৰ্যসূচীত সাংবাদিকসকল এইদৰে আগবাঢ়ি অহাৰ বাবে উপায়ুক্তগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক: নলবাৰীত অব্যাহত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.