ETV Bharat / state

টিংখাঙৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কোভিড আক্ৰান্ত চিনাক্ত

author img

By

Published : Jul 4, 2020, 8:50 AM IST

টিংখাঙৰ কোৱাৰেণ্টাইন কেন্দ্ৰত চাৰিজন কোভিড-19 আক্ৰান্ত চিনাক্ত হৈছে ৷ যুৱককেইজন চেন্নাই-তামিলনাডুৰ পৰা আহি শ্ৰীবাঙ্গোৰ উচ্চ মাধ্যমিক বিদ্যালয়ত কোৱাৰেণ্টাইন হৈ আছিল ৷ আক্ৰান্ত যুৱককেইজনক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷

টিংখাঙৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কোভিড আক্ৰান্ত চিনাক্ত
টিংখাঙৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কোভিড আক্ৰান্ত চিনাক্ত

টিংখাং, 4 জুলাই : টিংখাঙৰ কোৱাৰেণ্টাইন কেন্দ্ৰত চিনাক্ত হৈছে চাৰিজন কোভিড পজিটিভ । উল্লেখ্য যে,চেন্নাই-তামিলনাডুৰ পৰা অহা চাৰি যুৱকৰ দেহত কোভিড-19 ৰ অৱস্থিতি ধৰা পৰিছিল । টিংখাঙৰ ৰাজগড়ৰ সমীপৰ ডাংপৰাৰ শ্ৰীবাঙ্গোৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল আক্ৰান্ত যুৱক চাৰিজন ৷

যোৱা 26 জুনত কোৱাৰেণ্টাইন হৈছিল যুৱক কেইজন । চেন্নাইৰ পৰা অহা আক্ৰান্ত যুৱক কেইজন হৈছে টিংখাঙৰ ৰাজগড়ৰ সমীপৰ ম'হখোৱাৰ সঞ্জু ছেত্ৰী (17), দিল্লীবাৰী বচা গাঁৱৰ সঞ্জয় গঞ্জু (26), ৰাজগড়ৰ অনিল কুমাৰ (19) আৰু তামিলনাডুৰ পৰা অহা চাচনিৰ দিহিং কিনাৰ নেপালী গাঁৱৰ পৱন গড় (28) । আটাইকেইজনকে 109 সেৱাৰে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক : কলিয়াবৰত অচিন ৰোগত আক্ৰান্ত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.