ETV Bharat / state

লেঙেৰীজানত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত চলিছে শ্ৰমিকৰ গৃহ নিৰ্মাণৰ কাম

ডিব্ৰুগড়ৰ লেঙেৰীজান চাহ বাগিছাত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত বাগিছাৰ শ্ৰমিকসকলৰ বাবে নিৰ্মাণ কৰা হৈছে গৃহ । বৃহস্পতিবাৰে লেঙেৰীজান চাহ বাগিছাৰ নিৰ্মীয়মান আবাসিক কলনী পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ ল'লে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাই ।

author img

By

Published : Jan 28, 2021, 8:05 PM IST

লেঙেৰীজানত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত চলিছে শ্ৰমিকৰ গৃহ নিৰ্মাণৰ কাম
লেঙেৰীজানত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত চলিছে শ্ৰমিকৰ গৃহ নিৰ্মাণৰ কাম

মৰাণ, ২৮ জানুৱাৰী: প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত চাহ বাগিছাৰ শ্ৰমিকসকলৰ বাবে আবাসিক কলনী নিৰ্মাণৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । লেঙেৰীজান চাহ বাগিছাত পূৰ্ণ গতিত চলিছে গৃহ নিৰ্মাণৰ কাম ।

বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাই জিলাখনৰ জয়পুৰ উন্নয়ন খণ্ডৰ ধাদুমীয়া গাঁও পঞ্চায়তৰ অধীনত লেঙেৰীজান চাহ বাগিছাত প্ৰধানমন্ত্ৰী আবাস যোজনা( গ্ৰামীণ)ৰ অধীনত বাগিছাৰ শ্ৰমিকসকলৰ বাবে নিৰ্মাণ হৈ থকা আবাসিক কলনী পৰিদৰ্শন কৰি তাত চলি থকা কামৰ অগ্ৰগতিৰ বুজ লয় ৷

লগতে তেওঁ আবাসিক কলনীখনৰ নিৰ্মাণকাৰ্য এসপ্তাহৰ ভিতৰত শেষ কৰিবলৈ জয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকীক নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে, এই আবাসিক কলনীত চাহ বাগিছাৰ শ্ৰমিকসকলে বাস কৰিব পৰাকৈ মুঠ ২৭ টা গৃহ নিৰ্মাণ কৰি থকা হৈছে ।

বহু কষ্টৰ মাজত জীৱন অতিবাহিত কৰা শ্ৰমিকসকলে আবাসিক গৃহ নিৰ্মাণ হোৱাৰ বাবে স্বস্তিৰ নিশ্বাস পেলাইছে । কিয়নো, বাগিছাত কাম কৰি পোৱা ধনেৰে আটোমটোকাৰিকৈ নিজৰ ঘৰ সাজিবলৈ ধনৰ অভাৱ এইসকল শ্ৰমিকৰ ।

লগতে পঢ়ক:দিন দুপৰতে গোলাঘাটত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.