ETV Bharat / state

বিজেপি প্ৰচাৰ মাধ্যমত চলি থকা এখন আঁচনি বিহীন চৰকাৰঃ ৰাণা গোস্বামী

author img

By

Published : Jun 29, 2020, 8:10 PM IST

পেট্ৰ'ল-ডিজেলৰ মূল্য় ক্ৰমাৎ বৃ্দ্ধি হোৱাক লৈ বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ লগতে ৰাইজক বিজেপি চৰকাৰে ৰাইজক চলে বলে কৌশলে দমন কৰা বুলি অভিযোগ কৰে ৰাণা গোস্বামীয়ে ৷

Jorhat
কংগ্ৰেছৰ প্ৰতিবাদ

যোৰহাট, 29 জুন : " বিজেপি এখন প্ৰতাৰণা চৰকাৰ ,প্ৰচাৰ মাধ্যমত চলি থকা এখন আঁচনি বিহীন চৰকাৰ"- এই মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ ৷ পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰোধীতাৰে সোমবাৰে যোৰহাটত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে যোৰহাট জিলা কংগ্ৰেছ কমিটীয়ে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে বিজেপি বিৰোধী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে ৷

লগতে পঢ়কঃ সলনি হ’ল ৰাজ্যৰ শিক্ষাবৰ্ষ

পেট্ৰ'ল-ডিজেলৰ মূল্য় ক্ৰমাৎ বৃ্দ্ধি হোৱাক লৈ বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ লগতে বিজেপি চৰকাৰে ৰাইজক চলে বলে কৌশলে দমন কৰা বুলি অভিযোগ কৰে ৰাণা গোস্বামীয়ে ৷ ইফালে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰোধিতাৰে উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট জিলা কংগ্ৰেছ কমিটীয়ে ৷ লগতে যোৰহাট জিলা উপায়ুক্ত গৰাকীৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিগৰাকীলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী দলটোৱে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.