ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰেৰে অতীত স্মৰণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : Mar 18, 2021, 4:49 PM IST

১১৫ নং মৰাণ বিধানসভা সমষ্টিত বিজেপি মিত্ৰজোঁট দলৰ মনোনীত প্ৰাৰ্থী চক্ৰধৰ গগৈৰ হৈ বুধবাৰে প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

নিৰ্বাচনী প্ৰচাৰেৰে অতীত স্মৰণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
নিৰ্বাচনী প্ৰচাৰেৰে অতীত স্মৰণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

মৰাণ,18 মাৰ্চ: ১১৫ নং মৰাণ বিধানসভা সমষ্টিত বিজেপি মিত্ৰজোঁট দলৰ মনোনীত প্ৰাৰ্থী চক্ৰধৰ গগৈৰ হৈ বুধবাৰে প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মৰাণৰ বিধায়ক তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈক সমষ্টিৰ উন্নয়ন আৰু ৰাজ্যৰ উন্নয়নৰ বাবেই বিপুল ভোটত জয়ী কৰাব লাগিব বুলি প্ৰকাশ কৰে ।

অসমৰ শত্ৰু কংগ্ৰেছ আৰু এআইইউডিএফক নাশ কৰিব লাগিব বুলি কোৱাৰ লগতে বদৰুদ্দিন আজমলক কটাক্ষ কৰে । সভাস্থলীত সাংবাদিকৰ আগত অতীত স্মৰণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, এই সমষ্টিটোৱে মোৰ ৰাজনৈতিক জীৱন প্ৰতিষ্ঠা কৰিছিল ।

২০১১ চনত মৰাণৰ ৰাইজে মোক গাঁঠিৰ ধন ভাঙি অতি কষ্টৰে বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল । এই কথা মই পাহৰিব নোৱাৰো । সমষ্টিৰ ৰাইজৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা আছে বুলি সভাত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: বিশ্বনাথলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.