ETV Bharat / state

শ্ৰেণীকোঠাৰ ভিতৰত সংঘটিত প্ৰচণ্ড মাৰপিট পালেগৈ Social Media - Viral video

ডিব্ৰুগড়ৰ এখন চৰকাৰী শিক্ষানুষ্ঠানৰ শ্ৰেণীকোঠাত সংঘটিত প্ৰচণ্ড মাৰপিটৰ দৃশ্য চ’ছিয়েল মেডিয়াত ভাইৰেল ৷ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

classroom-fight-goes-viral-on-social-media-platform
শ্ৰেণীকোঠাত সংঘটিত প্ৰচণ্ড মাৰপিট শ্ৰেণীকোঠাৰ পৰা পালেগৈ Social media
author img

By

Published : Oct 30, 2021, 10:13 PM IST

ডিব্ৰুগড়, 30 অক্টোবৰ : ডিব্ৰুগড়ৰ এখন চৰকাৰী শিক্ষানুষ্ঠানৰ শ্ৰেণীকোঠাত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ শ্ৰেণীকোঠা পাৰ হৈ সামাজিক মাধ্যম পালেগৈ মাৰপিটৰ দৃশ্য ৷ এই মাৰপিটৰ দৃশ্য সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । এই বিশেষ ভিডিঅ’টোত দেখা গৈছে যে এডাল ঝাড়ু ইজনে সিজনৰ গাত দলিওৱাক লৈয়ে বিদ্যালয়খনৰ দুই ফৈদৰ ছাত্ৰৰ মাজত তুমুল ৰণ সৃষ্টি হয় ৷

শ্ৰেণীকোঠাত সংঘটিত প্ৰচণ্ড মাৰপিট শ্ৰেণীকোঠাৰ পৰা পালেগৈ Social media

জানিব পৰা গৈছে যে, একাংশ উদণ্ড ছাত্ৰই শ্ৰেণীকোঠাৰ আচবাবো ভাঙি লণ্ড ভণ্ড কৰিলছে । ঘটনাটো ডিব্ৰুগড় জিলাৰ লাহোৱালৰ মদাৰখাত সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বুলি জানিব পৰা গৈছে । শ্ৰেণীকোঠাৰ ভিতৰত সংঘটিত এই ঘটনাৰ দৃশ্য ভাইৰেল হোৱাৰ পিছতে বৃহত্তৰ মদাৰখাট অঞ্চলৰ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ছাত্ৰৰ এনে উদণ্ড আচৰণ তথা বিদ্যালয় গৰিমাত আঘাত হনা এই ঘটনাক লৈ বিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়েও সম্প্ৰতি দুখ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : পুনৰ বহিৰাগত ব্যৱসায়ীক সংস্থাই ঠগিলে থলুৱা কৰ্মচাৰী-ঠিকাদাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.