ETV Bharat / state

ডিব্ৰুগড়ৰ খনিকৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - বহুমুখী ক্ৰীড়া প্ৰকল্প

বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ডিব্ৰুগড়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে খনিকৰত নিৰ্মীয়মান হৈ থকা বহুমুখী ক্ৰীড়া প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে ।

Chief Minister took note of the work of the Mines Multipurpose Sports Project
ডিব্ৰুগড়ৰ খনিকৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
author img

By

Published : Aug 20, 2020, 9:27 PM IST

ডিব্ৰুগড়, 20 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ডিব্ৰুগড়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে খনিকৰত নিৰ্মীয়মান হৈ থকা বহুমুখী ক্ৰীড়া প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে । লগত, মুখ্যমন্ত্ৰী গৰাকীয়ে মূল ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰি যাবলৈ বিষয়াবৰ্গক নিৰ্দেশ প্ৰদান কৰে ৷

ডিব্ৰুগড়ৰ খনিকৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

তথ্য অনুসৰি, ডিব্ৰুগড়ৰৰ খনিকৰত প্ৰায় 500 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা বহুমুখী ক্ৰীড়া প্ৰকল্পৰ কাম ইতিমধ্যে 30 শতাংশহে অগ্ৰগতি হৈছে । উল্লেখযোগ্য যে, ডিব্ৰুগড়ত নিৰ্মীয়মান হৈ থকা বহুমুখী ক্ৰীড়া প্ৰকল্পৰ কাম সম্পন্ন হৈ উঠিলে ডিব্ৰুগড়ৰ এক বহু দিনীয়া অভাৱ পূৰণ হ'ব বুলি কৈ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া ডিব্ৰুগড়বাসীয়ে চোৱাৰ সৌভাগ্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

Chief Minister took note of the work of the Mines Multipurpose Sports Project
ডিব্ৰুগড়ৰ খনিকৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

লগতে পঢ়ক : ডিমুৱাল তৈলক্ষেত্ৰত উচ্চ চাপযুক্ত গেছ পৰিবাহী পাইপ ফাটি গেছ নিৰ্গমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.