ETV Bharat / state

ৰাজ্যৰ চুকে-কোণে অব্যাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদঃশিলচৰত আটক প্ৰতিবাদকাৰী - ৰাজ্যৰ চুকে-কোণে অব্যাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদঃশিলচৰত আটক প্ৰতিবাদকাৰী

ৰাজ্যৰ বিভিন্ন স্থানত সম্প্ৰতিও অব্যাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা ৷ বৃহস্পতিবাৰৰ দিনটোত শিলচৰ,গোলাঘাট,কাকপথাৰ,বিহালী আদিত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ শিলচৰত আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীক ৷

নাগৰিকত্ব সংশোধনী আইন
নাগৰিকত্ব সংশোধনী আইন
author img

By

Published : Jan 3, 2020, 6:26 AM IST

শিলচৰ,2 জানুৱাৰীঃ চৰকাৰৰ উগ্ৰ দমন নীতিক কেৰেপ নকৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰা একাংশ প্ৰতিবাদকাৰীক আটক শিলচৰ চহৰত ৷ শিলচৰ চহৰৰ মাজমজিয়াৰ শ্বহীদ ক্ষুদিৰাম বসুৰ প্ৰতিমুৰ্তিৰ তলত বৃহস্পতিবাৰে আবেলি বিভিন্ন সংগঠনৰ কৰ্মকৰ্তাসকলে বিক্ষোভ প্ৰদৰ্শন কৰিছিল । এই বিক্ষোভ চলি থকাৰ সময়তে আৰক্ষী প্ৰতিবাদস্থলীত উপস্থিত হৈ বিক্ষোভকাৰীসকলক আটক কৰে । ফ’ৰাম ফৰ ছ’চিয়েল হাৰমনি,কোৰাচকে ধৰি বিভিন্ন সংস্থা,দল-সংগঠনৰ কৰ্মকৰ্তাসকলে এই বিক্ষোভত অংশগ্ৰহণ কৰিছিল ৷

শিলচৰত আটক প্ৰতিবাদকাৰী

গোলাঘাটঃ গোলাঘাটৰ এলেংমুৰী বৃহত্তম যুৱ-মঞ্চৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বৃহস্পতিবাৰে গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ চি এ এ ৰ বিৰোধিতাৰে কৰা এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাৰ লগতে বিপিন চাওদাং ৷ শিল্পীদ্বয়ে গীতৰ মাজেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

গোলাঘাটত উপস্থিত মহেন্দ্ৰ হাজৰিকা

বিহালীঃ বিশ্বনাথৰ বিহালীতো বৃহস্পতিবাৰৰ দিনটোত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ সদৌ ৰাংচালী মহিলা সমাজৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ বিহালী সমষ্টিৰ শতাধিক মহিলাই ৰাংচালী চেণ্টাৰৰ মাজমজিয়াত অৱস্থান কৰি সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদী দলটোৱে চৰকাৰ বিৰোধী শ্ল’গানেৰে বিহালীৰ আকাশ বতাহ কঁপাই তোলে ।

মহিলা সমাজৰ প্ৰতিবাদী কাৰ্যসূচী

শদিয়াঃ ইপিনে কাকপথাৰৰ সৰুমেছাই গাঁৱত ধৰ্মীয় ৰীতি নীতিৰে চি এ এ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে ৷ স্মৰ্তব্য যে,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম ৰাজ্যিক বিজেপিৰ সভাপতি হৈ উক্ত অঞ্চলৰ পৰাই অসমজুৰি হোৱা পদযাত্ৰাৰ আৰম্ভণি কৰিছিল ৷ সৰুমেছাই নামঘৰৰ পৰা পদযাত্ৰাৰে আৰম্ভ কৰা প্ৰতিবাদী সমদলটো কেইবা কিল’মিটাৰ পৰিভ্ৰমণ কৰি শেষত এক সভা অনুষ্ঠিত কৰি সামৰণি মাৰে ৷ সমদলতোত কেইবাগৰাকীও বয়জ্যেষ্ঠ লোকে অংশগ্ৰহণ কৰে ৷

ধৰ্মীয় নীতিৰে প্ৰতিবাদ কাকপথাৰত

লগতে চাওকঃঅসম ৰাজ্যিক চিৰিয়াখানাত বিশেষ যন্ত্ৰৰ সহায়ত উৎপাদন কৰা হ'ব ঘাঁহ

Intro:'কা' বিৰোধী বিক্ষোভ, গ্ৰেপ্তাৰ বহু

নাগৰিকত্ব সংশোধনী আইন সংক্ষেপে 'কা' বিৰোধী বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ গৈ শিলচৰ চহৰত গ্ৰেপ্তাৰ হল বহু বিক্ষোভকাৰী। শিলচৰ চহৰৰ মাঝমঝিয়াত থকা শ্বহীদ ক্ষুদিৰাম বসুৰ মূৰ্তিৰ তলত আজি আবেলি বিভিন্ন সংগঠনৰ কৰ্মকৰ্তা সকলে কা'ৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে। এই বিক্ষোভ প্ৰদৰ্শন চলি থকাৰ সময়ত পুলিচ ব্যাটেলিয়ন চিআৰপিএফ জওয়ান আহি বিক্ষোভকাৰী সকলক আটক কৰে। ফ'ৰাম ফৰ সোসিৱেল হাৰমনি, কোৰাছ আৰু আন বিভিন্ন সন্থা সংগঠনৰ কৰ্মকৰ্তা সকল এই বিক্ষোভ প্ৰদৰ্শনত অংশ গ্ৰহণ কৰে।Body:'কা' বিৰোধী বিক্ষোভ, গ্ৰেপ্তাৰ বহু

নাগৰিকত্ব সংশোধনী আইন সংক্ষেপে 'কা' বিৰোধী বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ গৈ শিলচৰ চহৰত গ্ৰেপ্তাৰ হল বহু বিক্ষোভকাৰী। শিলচৰ চহৰৰ মাঝমঝিয়াত থকা শ্বহীদ ক্ষুদিৰাম বসুৰ মূৰ্তিৰ তলত আজি আবেলি বিভিন্ন সংগঠনৰ কৰ্মকৰ্তা সকলে কা'ৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে। এই বিক্ষোভ প্ৰদৰ্শন চলি থকাৰ সময়ত পুলিচ ব্যাটেলিয়ন চিআৰপিএফ জওয়ান আহি বিক্ষোভকাৰী সকলক আটক কৰে। ফ'ৰাম ফৰ সোসিৱেল হাৰমনি, কোৰাছ আৰু আন বিভিন্ন সন্থা সংগঠনৰ কৰ্মকৰ্তা সকল এই বিক্ষোভ প্ৰদৰ্শনত অংশ গ্ৰহণ কৰে।Conclusion:'কা' বিৰোধী বিক্ষোভ, গ্ৰেপ্তাৰ বহু

নাগৰিকত্ব সংশোধনী আইন সংক্ষেপে 'কা' বিৰোধী বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ গৈ শিলচৰ চহৰত গ্ৰেপ্তাৰ হল বহু বিক্ষোভকাৰী। শিলচৰ চহৰৰ মাঝমঝিয়াত থকা শ্বহীদ ক্ষুদিৰাম বসুৰ মূৰ্তিৰ তলত আজি আবেলি বিভিন্ন সংগঠনৰ কৰ্মকৰ্তা সকলে কা'ৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে। এই বিক্ষোভ প্ৰদৰ্শন চলি থকাৰ সময়ত পুলিচ ব্যাটেলিয়ন চিআৰপিএফ জওয়ান আহি বিক্ষোভকাৰী সকলক আটক কৰে। ফ'ৰাম ফৰ সোসিৱেল হাৰমনি, কোৰাছ আৰু আন বিভিন্ন সন্থা সংগঠনৰ কৰ্মকৰ্তা সকল এই বিক্ষোভ প্ৰদৰ্শনত অংশ গ্ৰহণ কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.