ETV Bharat / state

বুধবাৰে সামৰণি পৰিব মৰাণৰ বুঢ়ীদিহিং গ্ৰন্থ উৎসৱৰ

মৰাণৰ চেঁ‌চুঘাটত সামৰণি পৰিব বুঢ়ীদিহিং গ্ৰন্থ উৎসৱ । ২২ ফেব্ৰুৱাৰীৰ পৰা ডিব্ৰুগড় জিলাৰ মৰাণৰ চেঁ‌চুঘাটত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বুঢ়ীদিহিং গ্ৰন্থ উৎসৱৰ বুধবাৰে সামৰণি পৰিব ।

author img

By

Published : Feb 24, 2021, 9:34 PM IST

সামৰণি পৰিব মৰাণৰ বুঢ়ীদিহিং গ্ৰন্থ উৎসৱৰ

মৰাণ, ২৪ ফেব্ৰুৱাৰী: ২২ ফেব্ৰুৱাৰীৰ পৰা ডিব্ৰুগড় জিলাৰ মৰাণৰ চেঁ‌চুঘাটত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বুঢ়ীদিহিং গ্ৰন্থ উৎসৱৰ বুধবাৰে সামৰণি পৰিব । ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ তত্ত্বাৱধানত লেজাই-কলাখোৱা, খোৱাং আৰু বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা চেঁ‌চুঘাট পকীদলং আৰু বাইপাছ নিৰ্মাণ দাবী সমিতি, স্থানীয় ৰাইজৰ সহযোগতঅনুষ্ঠিত এই গ্ৰন্থ উৎসৱত যোৱা দুটা দিনত গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হয় ।

বুধবাৰে সামৰণি পৰিব মৰাণৰ বুঢ়ীদিহিং গ্ৰন্থ উৎসৱৰ
বুধবাৰে সামৰণি পৰিব মৰাণৰ বুঢ়ীদিহিং গ্ৰন্থ উৎসৱৰ

বুধবাৰে সামৰণি পৰিব লগা এই গ্ৰন্থ উৎসৱত মীন পালনৰ প্ৰশিক্ষণ আৰু নিয়োগ মেলা অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়ালৈ মুকলি সভা অনুষ্ঠিত হ'ব । এই মুকলি সভাত আছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:ডিব্ৰুগড়ত ভূমিপট্টা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.