ETV Bharat / state

বাধ্যত পৰি কেব বিৰোধী শ্লোগান বিজেপি কৰ্মীৰ

author img

By

Published : Dec 11, 2019, 3:16 PM IST

বিজেপি,আৰ এছ এছ কৰ্মীক ঘৰৰ পৰা উলিয়াই আনি কেব বিৰোধী শ্লোগানেৰে প্ৰতিবাদ কৰিবলৈ বাধ্য কৰায় উত্তেজিত প্ৰতিবাদকাৰীয়ে ৷

শ শ প্ৰতিবাদকাৰীৰ উত্তাল প্ৰতিবাদ
শ শ প্ৰতিবাদকাৰীৰ উত্তাল প্ৰতিবাদ

টিংখাঙ, 11 ডিচেম্বৰ: টিংখাঙৰ ৰাজগড়ত তীব্ৰ উত্তেজনা ৷ শ শ প্ৰতিবাদকাৰীৰ উত্তাল প্ৰতিবাদ ৷ বিজেপি,আৰ এছ এছ কৰ্মীক ঘৰৰ পৰা উলিয়াই আনি কেব বিৰোধী শ্লোগানেৰে প্ৰতিবাদ কৰিবলৈ বাধ্য কৰাইছে উত্তেজিত প্ৰতিবাদকাৰী সকলে ৷

টিংখাঙৰ ৰাজগড়ত তীব্ৰ উত্তেজনা

অজয় বাইলুং নামৰ বিজেপি কৰ্মীজনে বাধ্যত পৰি কেব নালাগে,বিজেপি মুৰ্দাবাদ,জয় আই অসম ধ্বনিৰে চিঞৰিলে ৰাজপথত ৷ টিংখাঙত বন্ধ পালন কৰি প্ৰতিবাদত ওলাই আহিছে একাংশ লোক ৷ ৰাজপথত টায়াৰ জ্বলাই কেবৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

লগতে পঢ়ক : ফণীভূষণ চৌধুৰীৰ ঘৰৰ দেৱালত কেব বিৰোধী পোষ্টাৰ

Intro:## টিংখাঙৰ ৰাজগড়ত তীব্ৰ উত্তেজনা ।

## হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ উত্তাল প্ৰতিবাদ ।

##BJP, RSS নেতা কৰ্মীক ঘৰৰ পৰা উলিয়াই আনি প্ৰতিবাদ কৰিবলৈ, কেব নামানো বুলি কবলৈ বাধ্য কৰাইছে ।

##BJP, RSS নেতা কৰ্মী অজয় বাইলুজং,বাধ্যত পৰি চিয়ৰিলে কেব নালাগে,বিজেপি মুৰ্দাবাদ বুলি।

## টিংখাঙত স্বতস্ফুত বন্ধ পালন কৰি পুৰুষ মহিলা দল সংগঠন সকলো উলাই আহিছে প্ৰতিবাদ কৰিবলৈ ।Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.