ETV Bharat / state

ডিব্ৰুগড়ৰ উপায়ুক্ত হিচাপে দায়িত্ব ল'লে বিশ্বজিৎ পেগুৱে - ডিব্ৰুগড়ৰ নতুন উপায়ুক্ত

গুৱাহাটী মহানগৰৰ পাছতে আগশাৰীৰ চহৰ ডিব্ৰুগড়ৰ নতুন উপায়ুক্ত(deputy commissioner of Dibrugarh) হিচাপে শনিবাৰে দায়িত্ব ল'লে বিশ্বজিৎ পেগুৱে। ইয়াৰ পূৰ্বে গুৱাহাটীৰ উপায়ুক্ত হিচাপে দায়িত্ব পালন কৰিছিল উপায়ুক্ত পেগুৱে ।

deputy commissioner of Dibrugarh
ডিব্ৰুগড়ৰ উপায়ুক্ত হিচাপে দায়িত্ব ল'লে বিশ্বজিৎ পেগুৱে
author img

By

Published : Nov 20, 2021, 10:41 PM IST

মৰাণ, 20 নৱেম্বৰ : ৰাজ্যখনৰ ভিতৰত গুৱাহাটী মহানগৰৰ পাছতে আগশাৰীৰ চহৰ ডিব্ৰুগড়ৰ নতুন উপায়ুক্ত(deputy commissioner of Dibrugarh) হিচাপে শনিবাৰে দায়িত্ব ল'লে বিশ্বজিৎ পেগুৱে । ইয়াৰ পূৰ্বে গুৱাহাটীৰ উপায়ুক্ত হিচাপে দায়িত্ব পালন কৰিছিল উপায়ুক্ত পেগুৱে ।

ডিব্ৰুগড় জিলাৰ উপায়ুক্ত হিচাবে দায়িত্বভাৰ গ্ৰহণ কৰি উপায়ুক্ত গৰাকীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ বিষয়া সকলৰ সমন্বিতে কৰ্মচাৰীবৃন্দৰ লগত মত বিনিময় কৰে । জিলাাখনৰ সকলো প্ৰশাসনিক কাম কাজত সকলোৰে সহযোগীতা বিচাৰে উপায়ুক্ত গৰাকীয়ে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বহু বছৰ ধৰি ডিব্ৰুগড়ৰ উপায়ুক্ত হৈ আছিল পল্লৱ গোপাল ঝা । তেওঁক ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়াত ডিব্ৰুগড়ৰ নতুন উপায়ুক্ত হিচাপে দায়িত্ব লৈছে বিশ্বজিৎ পেগুৱে ।

লগতে পঢ়ক: New Deputy Commissioner of Kamrup (M): মহানগৰীৰ প্ৰতিটো সমস্যা সমাধানৰ আশ্বাস পল্লৱ গোপাল ঝাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.