ETV Bharat / state

দিনজোৰা কাৰ্যসূচীৰে নামৰূপত নেতাজী জন্ম জয়ন্তী পালন

শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে নামৰূপত পালন কৰা হ'ল নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৪ তম জন্ম জয়ন্তী ৷ এই উপলক্ষে অনুষ্ঠিত কৰা সভাত সভাপতিত্ব কৰে টপেন্দ্ৰ সেনে ৷ সভাত শতাধিক কণকণ শিশু, ছাত্ৰ-ছাত্ৰী, সমাজকৰ্মী, শিক্ষক আৰু অঞ্চলটোৰ বিশিষ্ট ব্যক্তিৰ উপস্থিত থাকে ৷

author img

By

Published : Jan 23, 2021, 8:49 PM IST

birth-anniversary-of-netaji-subhash-chandra-bose-celebrated-at-namroop
দিনজোৰা কাৰ্যসূচীৰে নামৰূপত নেতাজী জন্ম জয়ন্তী পালন

মৰাণ, 23 জানুৱাৰী : সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ল নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৪তম জন্ম জয়ন্তী ৷ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত নাহৰকটীয়া বিধানসভা সমষ্টিৰ নামৰূপ ৰেলৱে কালিবাড়ি প্ৰাংগনত নামৰূপবাসীৰ ৰাইজৰ উদ্যোগত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৪তম জন্ম জয়ন্তী ৷ এই উপলক্ষে অনুষ্ঠিত কৰা সভাত সভাপতিত্ব কৰে টপেন্দ্ৰ সেনে ৷

সভাত শতাধিক কণকণ শিশু, ছাত্ৰ-ছাত্ৰী, সমাজকৰ্মী, শিক্ষক আৰু অঞ্চলটোৰ বিশিষ্ট ব্যক্তিৰ উপস্থিত থাকে ৷ উল্লেখ্য যে, পৰম্পৰাগত নীতিৰে সমাজোৱাভাৱে কে'ক কাটি নেতাজীৰ জন্ম জয়ন্তী পালন কৰাৰ সমান্তৰালকৈ কণকণ শিশুসকলৰ মাজত ভিন্ন ধৰণৰ খেল-ধেমালিৰ প্ৰতিযোগিতা আয়োজন কৰা হয়। তদুপৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৪ তম জন্ম জয়ন্তী উপলক্ষে প্ৰীতি ভোঁজৰো আয়োজন কৰা কথা জানিবলৈ দিছে নেতাজীৰ জন্ম জয়ন্তী উদযাপন সমিতিয়ে ৷

লগতে পঢ়ক : অসম শৰীৰচৰ্চা আৰু ফিটনেছ এশ্বচিয়েশ্বনৰ সম্পাদক পদত বজালীৰ সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.