ETV Bharat / state

হঠাতে অসুস্থ হৈ পৰে কণ্ঠশিল্পী বিপিন চাওদাং - জনপ্ৰিয় কণ্ঠশিল্পী

হঠাতে অসুস্থ হৈ পৰে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাং ৷ মঙলবাৰে মৰাণৰ সমীপৰ খুমটাই নাৰদ কমাৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন হয় শিল্পী গৰাকী ৷

কণ্ঠশিল্পী বিপিন চাওদাং
কণ্ঠশিল্পী বিপিন চাওদাং
author img

By

Published : Mar 12, 2020, 3:54 AM IST

মৰাণ, 11 মাৰ্চঃ হঠাতে অসুস্থ হৈ পৰে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাং ৷ তেওঁ জানিবলৈ দিয়া অনুসৰি জ্বৰ, মূৰৰ বিষ, ডিঙিৰ বিষ আৰু মূৰ ঘূৰণিত ভুগিছে শিল্পীগৰাকী ৷ গুৱাহাটীৰ পৰা ঘৰলৈ অহা পথতে তেওঁৰ স্বাস্থ্য দুৰ্বল হৈ পৰাত শিল্পীগৰাকীয়ে মঙলবাৰে মৰাণৰ সমীপৰ খুমটাই নাৰদ কমাৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন হয় ৷ চিকিৎসকৰ তৎপৰতাত বৰ্তমান কিছু পৰিমাণে সুস্থ হৈ উঠিছে শিল্পীগৰাকী ৷ চিকিৎসালয়ৰ পৰা গৈ ঘৰতে জিৰণি লৈছে জনপ্ৰিয় শিল্পী গৰাকীয়ে ৷

হঠাতে অসুস্থ হৈ পৰে কণ্ঠশিল্পী বিপিন চাওদাং

লগতে পঢ়কঃ কংগ্ৰেছ-এআইডিইউএফৰ ৰাজ্যসভাৰ উমৈহতীয়া প্ৰাৰ্থী অজিত কুমাৰ ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.