ETV Bharat / state

CAAৰ বিৰোধিতাৰে ঐক্যবদ্ধভাৱে সংগ্ৰাম চলাব চাৰিটা বঙালী সংগঠনে

টিংখাঙত চাৰিটা বঙালী সংগঠন একগোট হৈ "অসম বংগীয় অসমীয়া সমাজ কেন্দ্ৰীয় সমিতি গঠন" কৰে৷ বংগভাষী অসমীয়া সমাজ, বংগীয় অসমীয়া সমাজ, উজনী অসম বাঙালী যুৱ ছাত্ৰ পৰিষদ আৰু বাঙালী সমাজে একগোট হৈ এই কেন্দ্ৰীয় সমিতি গঠন কৰে৷

author img

By

Published : Jan 4, 2020, 10:47 AM IST

Tingkhang
টিংখাং

টিংখাং, 4 জানুৱাৰীঃ টিংখাঙৰ ৰাজগড়ত সদৌ অসম বংগীয় অসমীয়া সমাজে এখন কেন্দ্ৰীয় সমিতি গঠন কৰে ৷ চাৰিটা বঙালী সংগঠন একগোট হৈ এই অসম বংগীয় অসমীয়া সমাজৰ কেন্দ্ৰীয় সমিতি গঠন কৰে ৷ বংগভাষী অসমীয়া সমাজ, বংগীয় অসমীয়া সমাজ, উজনী অসম বাঙালী যুৱ ছাত্ৰ পৰিষদ আৰু বাঙালী সমাজে একগোট হৈ এই সমিতি গঠন কৰে ৷

টিংখাঙত সদৌ অসম বংগীয় অসমীয়া সমাজ কেন্দ্ৰীয় সমিতি গঠন
উল্লেখ্য যে, উক্ত সংগঠনকেইটাৰ নেতৃত্ব প্ৰদীপ সেন শৰ্মাক সভাপতি, অনুপ ভৌমিকক সাধাৰণ সম্পাদক আৰু সত্য দেৱক মুখ্য উপদেষ্টা হিচাপে লৈ টিংখাঙৰ ৰাজগড়ত এই 51 জনীয়া সদৌ অসম বংগীয় অসমীয়া সমাজ কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয় ৷ আগন্তুক এসপ্তাহৰ ভিতৰত অসমৰ বুদ্ধিজীৱি, সমাজ সচেতন ব্যক্তি, সকলো দল সংগঠনৰ সহযোগত গুৱাহাটীত এখন বিশাল সমাবেশ অনুষ্ঠিত কৰাৰ সিদ্বান্ত গ্ৰহণ কৰে সমিতি খনে ৷ লগতে এই সমিতিয়ে সমগ্ৰ অসমৰ বাঙালী ৰাইজক নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে ৰাজপথত ওলাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷ ইপিনে সংগঠনটোৰ নেতৃত্বই সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত 30 জনগোষ্ঠীয় সংগঠনক লৈ চলাই অহা CAA বিৰুধী আন্দোলনত সদৌ অসম বংগীয় অসমীয়া সমাজকো সাঙুৰি ল'বলৈ আহ্বান জনায় ।

লগতে পঢ়ক - তৰুণ গগৈ বিজেপিত আহিব বুলি মই শুনি আছোঃহিমন্ত বিশ্ব শৰ্মা

Intro:টিংখাঙৰ ৰাজগড়ত সদৌ অসম বংগীয় অসমীয়া সমাজ কেন্দ্ৰীয় সমিতি গঠন। চাৰি বঙালী সংগঠন একগোট হৈ গঠন কৰে সমিতি।
Body:
টিংখাং-কা"ৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ বাঙালী সংগঠনৰ। বৃহত্তৰ অসমীয়া সমাজৰ স্বাৰ্থত ৩০ জনগোষ্ঠিয় সংগঠনত অনৰ্ভুক্ত কৰিবলৈ আহ্বান । চাৰি বঙালী সংগঠন একগোট হৈ সদৌ অসম বংগীয় অসমীয়া সমাজ কেন্দ্ৰীয় সমিতি গঠন । ভাগ ভাগ হৈ প্ৰতিবাদ কৰি অহা উজনি অসমৰ চাৰিটা বাঙালী সংগঠন ক্ৰমে বংগভাষী অসমীয়া সমাজ, বংগীয় অসমীয়া সমাজ, উজনী অসম বাঙালী যুৱ ছাত্ৰ পৰিষদ আৰু বাঙালী সমাজৰ আটাইকেটা সংগঠনৰ নেতৃত্ব টিংখাঙৰ ৰাজগড়ত প্ৰদীপ সেন শৰ্মাক সভাপতি, অনুপ ভৌমিকক সাধাৰণ সম্পাদক আৰু সত্য দেৱক মুখ্য উপদেষ্টা হিচাপে লৈ ৫১ জনীয়া সদৌ অসম বংগীয় অসমীয়া সমাজ কেন্দ্ৰীয় সমিতি গঠন ।এই সমিতিয়ে সমগ্ৰ অসমৰ বাঙালী ৰাইজক নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰুদ্ধে ৰাজপথত ওলাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। অহা এসপ্তাহৰ ভিতৰত অসমৰ বুদ্ধিজীৱি, সমাজ সচেতন ব্যক্তি, সকলো দল সংগঠনৰ সহযোগত গুৱাহাটীত এখন বিশাল সমাবেশ অনুষ্ঠিত কৰাৰ সিদ্বান্ত গ্ৰহণ কৰে। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত ৩০ জনগোষ্ঠিয় সংগঠনক লৈ চলাই অহা কা বিৰুধী আন্দোলনত সদৌ অসম বংগীয় অসমীয়া সমাজকো সাঙুৰি লবলৈ আহ্বান জনায় সংগঠনৰ নেতৃত্বই ।
Sot - 1
Sot - 2

টিংখাঙৰ পৰা দীপক গগৈ।Conclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.