ETV Bharat / state

টিংখাঙত গুণ্ডাৰাজ চলাইছে বিধায়ক বিমল বৰাই: প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডা

author img

By

Published : Mar 11, 2021, 12:24 PM IST

টিংখাঙৰ বিজেপিৰ বিধায়ক বিমল বৰাই টিংখাঙত গুণ্ডাৰাজ চলাইছে ৷ বিধায়কজনক এচ আই কেলেংকাৰিত জড়িত অভিযোগ তুলি টিংখাঙৰ ৰাইজ আৰু দল-সংগঠনে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও সেই প্ৰতিবাদ একাংশ দলীয় সমৰ্থকৰ দ্বাৰা মাৰপিট কৰি দমন কৰিবলৈ চেষ্টা কৰিলে ৷ এই অভিযোগ টিংখাঙৰ কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাৰ ৷

atuwa-munda-alleged-bimal-bora
টিংখাঙত গুণ্ডাৰাজ চলাইছে বিধায়ক বিমল বৰাইঃপ্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডা

মৰাণ,11মাৰ্চ: টিংখাঙৰ বিজেপিৰ বিধায়ক বিমল বৰাই টিংখাঙত গুণ্ডাৰাজ চলাইছে ৷ বিধায়কজনক এচ আই কেলেংকাৰিত জড়িত অভিযোগ তুলি টিংখাঙৰ ৰাইজ আৰু দল-সংগঠনে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও সেই প্ৰতিবাদ একাংশ দলীয় সমৰ্থকৰ দ্বাৰা মাৰপিট কৰি দমন কৰিবলৈ চেষ্টা কৰিলে ৷ এই অভিযোগ টিংখাঙৰ কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাৰ ৷ কেৱল ইমানেই নহয়, সমষ্টিটোত বিমল বৰাই দুৰ্নীতিৰাজ চলোৱাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ দিনত নিৰ্মাণ কৰা বিদ্যালয়সমূহলৈ বুজন পৰিমাণৰ ধন আৱন্তন কৰি সেই বিদ্যালয়ত কেৱল ৰং সানি সমুদায় ধন আত্মসাৎ কৰা বুলি মন্তব্য কৰে এটোৱা মুণ্ডাই ৷

আনহাতে বিজেপিৰ অহংকাৰ হোৱা বুলি মন্তব্য কৰি এই অহংকাৰ এদিন অধঃপতন হ'ব বুলি কয় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি চাহ জনগোষ্ঠীৰ লোকক ৰামঠগন দিয়াৰ লগতে 'কা' আনি অসমীয়াক নিঃশেষ কৰিব খুজিছে বুলিও অভিযোগ কৰে এতোৱা মুণ্ডাই ৷

লগতে পঢ়কঃশিৱৰাত্ৰি উপলক্ষে শিৱসাগৰৰ আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.