ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় বজাৰত অসম চাহৰ টেগ লগাই বিক্ৰী কৰা হৈছে গুণগত মান হীন চাহ - অসমৰ চাহৰ চাহিদা নিম্নমুখী

অসমৰ চাহৰ চাহিদা নিম্নমুখী কৰাৰ বাবে একাংশ অসাধু ব্যৱসায়ীয়ে চলাই আছে ব্যৱসায় ৷ শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে " Assam Bought Leaf Tea Menufacturer's Association" য়ে

আন্তঃৰাষ্ট্ৰীয় বজাৰত অসম চাহৰ টেগ
author img

By

Published : Aug 23, 2019, 11:21 PM IST

ডিব্ৰুগড়,23 আগষ্টঃ অসমৰ চাহৰ নামত বহিঃৰাজ্যত চলিছে অসাধু ব্যৱসায় ৷ দিল্লী,মুম্বাই ,দক্ষিণ ভাৰতত অসমৰ চাহৰ নাম লৈ একাংশই চলাই আহিছে অসাধু ব্যৱসায় ৷ যাৰ বাবে অসমৰ চাহৰ গুণগত মান ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বজাৰত ম্লান পৰা বুলি অভিযোগ আহিব ধৰিছে। দেশৰ সেই ডাঙৰ ডাঙৰ চহৰৰ মলত অসম চাহৰ টেগ লগাই বিক্ৰী কৰা হৈছে গুণগত মানহীন চাহ।য'ত অসমৰ চাহৰ সামান্য পৰিমাণো মিহলি নাথাকে। ইফালে অসমৰ চাহৰ মান নষ্ট কৰা সন্দৰ্ভত নিমাত অসমৰ চৰকাৰ-প্ৰশাসন ৷ এই মন্তব্য় "Assam Bought Leaf Tea Manufacture Association(ABLTMA) "ৰ বিষয়ববীয়াৰ ৷

আন্তঃৰাষ্ট্ৰীয় বজাৰত অসম চাহৰ ভুৱা টেগ

আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহৰ চাহিদা নিম্নমুখী কৰাত সহায় কৰা এই জালিয়াতিক লৈ উদ্বিগ্ন ABLTMA। উল্লেখ্য যে, অসমৰ কোনো চাহ ফেক্টৰীয়ে প্ৰতি কিলোগ্ৰাম চাহপাত 120 টকাৰ কমত বিক্ৰী কৰিব নোৱাৰে তেন্তে মুম্বাই দিল্লীৰ দৰে ডাঙৰ ডাঙৰ চহৰৰ মলত অসমৰ চাহৰ টেগ লগাই 140 টকাতে কেনেকৈ বিক্ৰী কৰি আছে সেই কথা চৰকাৰক জনাইও কোনা সমাধান নোপোৱাৰ অভিযোগ তুলিছে সংস্থাটোৱে ৷ ডিব্ৰুগড়ত সংবাদমেল যোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ABLTMA ৰ বিষয়ববীয়াই।

Intro:দিল্লী,মুম্বাই ,দক্ষিণ ভাৰতত অসমৰ চাহৰ নাম লৈ চলিছে দুই নম্বৰী বজাৰ।যাৰ বাবে অসমৰ চাহৰ গুণগত মান ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বজাৰত ম্লান পৰা বুলি অভিযোগ আহিব ধৰিছে।

দেশৰ সেই ডাঙৰ ডাঙৰ চহৰৰ ম'লত অসম চাহৰ টেগ লগাই বিক্ৰী কৰা হৈছে গুণগত মান হীন চাহ।য'ত অসমৰ চাহৰ সামান্য পৰিমাণো মিহলি নাথাকে।অসমৰ চাহৰ মান নষ্ট কৰাৰ এই প্ৰক্ৰিয়াত কিয় নিমাত চৰকাৰ??
এইবাৰ
Assam Bought Leaf Tea Manufacture Association(ABLTMA)এ খুলিলে মুখ।

অসমৰ চাহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহিদা নিম্নমুখী কৰাত সহায় কৰা এই জালিয়াতিক লৈ উদ্বিগ্ন ABLTMA।

অসমৰ কোনো চাহ ফেক্টৰীয়ে প্ৰতি কিলোগ্ৰাম চাহপাত 120 টকাৰ কমত বিক্ৰী কৰিব নোৱাৰে।তেন্তে মুম্বাই দিল্লীৰ দৰে ডাঙৰ ডাঙৰ চহৰৰ মলত অসমৰ চাহৰ টেগ লগাই 140 টকাতে কেনেকৈ বিক্ৰী কৰি আছে।বিষয়টো চৰকাৰক জনায়ো সমাধান নাই।

BYTE: বিষয়ববীয়া ABLTMA

ডিব্ৰুগড়ত সংবাদমেল যোগে প্ৰতিক্ৰিয়া,নিজৰ অধীনৰ 157 টা ফেক্টৰীৰ পৰা 150 মিলিয়ন কিল'গ্ৰাম চাহ অসমত উৎপাদন কৰা ABLTMA ৰ বিষয়ববীয়াৰ।

ইফালে বিগত 5টা বছৰে চাহৰ গুণগত মান নিম্নমুখী হোৱাত ABLTMA বিৰুদ্ধে অভিযোগ আৰু bought leaf ফেক্টৰীয়ে ক্ষুদ্ৰ খেতিয়কক চাহপাতৰ প্ৰকৃত মূল্যৰ ক্ষেত্ৰত বঞ্চিত কৰাৰ অভিযোগো খণ্ডন কৰে চাহ উৎপাদনকাৰী সংগঠনটোৱে।

উল্লেখ যে অসমৰ চাহৰ তথ্যগত বিষয় অবগত কৰি ABLTMA য়ে সংবাদমেলত জনাই tea bord ৰ নিলাম বজাৰৰ তথ্য অনুসৰি অসমৰ মুঠ চাহৰ উৎপাদন 630 মিলিয়ন কিলোগ্ৰাম।যত ষ্টেট ফেক্টৰীয়ে তেওঁলোকৰ নিজৰ পাতৰ পৰা উৎপাদন কৰে 320 মিলিয়ন কিলোগ্ৰাম।বাকী ষ্টেট আৰু bought leaf factory য়ে ক্ষুদ্ৰ খেতিয়কৰ পৰা লৈ 310 মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন কৰে।ইয়াৰে 50% চাহ উৎপাদন bought leaf ফেক্টৰীৰ।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদBody:DoConclusion:Do
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.