ETV Bharat / state

কেন্দ্ৰীয় সাৰ মন্ত্ৰীক সমালোচনা সদৌ অসম ছাত্ৰ সন্থাৰ !

শনিবাৰে নামৰূপ আছু কাৰ্যালয়ত সদৌ ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ উদ্যোগত এক সংবাদমেল সম্বোধন কৰি তীব্ৰ সমালোচনা কৰে কেন্দ্ৰীয় সাৰ মন্ত্ৰী জনৰ লগতে ডিব্ৰুগড় লোকসভা সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীক

কেন্দ্ৰীয় সাৰ মন্ত্ৰীক সমালোচনা আছুৰ!
author img

By

Published : Sep 21, 2019, 7:21 PM IST

ডিব্ৰুগড়, 21 চেপ্তেম্বৰঃ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ নামৰূপবাসীৰ লগতে আছুৰ ৷ বৃস্পতিবাৰে নামৰূপত কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰী ডি ভি সদানন্দ গৌড়াই সাৰ কাৰখানা পৰিদৰ্শনৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুয়ে ৷ যাৰ বাবে শনিবাৰে নামৰূপ আছু কাৰ্যালয়ত সদৌ ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ উদ্যোগত এক সংবাদমেল সম্বোধন কৰি তীব্ৰ সমালোচনা কৰে কেন্দ্ৰীয় সাৰ মন্ত্ৰী জনৰ লগতে ডিব্ৰুগড় লোকসভা সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীক । আনহাতে, ছাত্ৰ সংগঠনটোৰ সদস্যই কয়, নামৰূপ সাৰ কাৰখানাটোক লৈ জনপ্ৰতিনিধী সকলে কেৱল ৰাজনীতিহে কৰিলে । ২০০৬ ত সেই সময়ৰ সাৰ মন্ত্ৰী ৰামবিলাশ পাছোৱান পৰা ২০১৯ ৰ বৰ্তমানৰ ৰসায়ন আৰু সাৰ মন্ত্ৰী ডি ভি সদানন্দ গৌড়ালৈকে কেন্দ্ৰ, ৰাজ্য চৰকাৰে নামৰূপবাসীক কেৱল প্ৰতাৰনা, প্ৰৱঞ্চনা কৰিলে । নামৰূপবাসীৰ আবেগৰ লগত খেলা কৰা এই সকল জনপ্ৰতিনিধিয়ে ভৱিষ্যতে ইয়াৰ ফল ভুগিব লাগিব বুলি সংবাদ মেলৰ জৰিয়তে আছুৱে সকিয়াই দিয়ে ৷

Intro:নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোট সন্দৰ্ভত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সংবাদ মেলঃ

বৃহস্পতিবাৰে নামৰূপলৈ আগমন ঘটা কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী ডি ভি সদানন্দ গৌড়াই নামৰূপ সাৰ কাৰখানা পৰিদৰ্শনৰ পাছতো চতুৰ্থ গোট টো সন্দৰ্ভৱত নামৰূপ বাসী ৰাইজক আশ্বস্থ কৰিব পৰাকৈ কোনো এটা স্থায়ী সিদ্ধান্ত প্ৰকাশ নকৰাত নামৰূপ বাসীৰ লগতে আছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।বৃহস্পতিবাৰে নামৰূপ আছু কাৰ্যালয়ত সদৌ ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থা উদ্যোগত আয়োজিত এক সংবাদ মেলৰ জৰিয়তে জিলা আছুৱে তিব্ৰ সমালোচনা কৰে কেন্দ্ৰীয় সাৰ মন্ত্ৰী জনৰ লগতে ডিব্ৰুগড় লোকসভা সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীক।আছুৱে লগতে কয় যে নামৰূপ সাৰ কাৰখানাটোক লৈ জনপ্ৰতিনিধী সকলে কেৱল ৰাজনীতি কৰিলে।২০০৬ ত সেই সময়ৰ সাৰ মন্ত্ৰী ৰামবিলাশ পাছোৱান পৰা ২০১৯ ৰ বৰ্তমানৰ ৰসায়ন আৰু সাৰ মন্ত্ৰী ডি ভি সদানন্দ গৌড়ালৈকে কেন্দ্ৰ ,ৰাজ্য চৰকাৰে নামৰূপ বাসীক কেৱল প্ৰতাৰনা,প্ৰৱঞ্চনা কৰিলে।নামৰূপ বাসীৰ আবেগৰ লগত খেলা কৰা এই সকল জনপ্ৰতিনিধীয়ে ভৱিষ্যতে ইয়াৰ ফল ভোগিব লাগিব বুলি সংবাদ মেলৰ জৰিয়তে আছুৱে সকিয়াই দিয়ে৷Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.