ETV Bharat / state

অসম লোকসেৱা আয়োগত স্থানপ্ৰাপ্ত দীপাৱলী কুৰ্মীক সম্বৰ্ধনা

author img

By

Published : Jan 8, 2021, 2:22 PM IST

জকাইত অসম লোকসেৱা আয়োগত স্থানপ্ৰাপ্ত দীপাৱলী কুৰ্মীক সম্পৰ্ধনা ৷ এই সম্বৰ্ধনা সভাত উপস্থিত থাকে লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা ৷

As_Moran_apsc-rank-holder-dipawali-kurmi-felicitation_vis_As10031
অসম লোকসেৱা আয়োগত স্থানপ্ৰাপ্ত দীপাৱলী কুৰ্মীক সম্বৰ্ধনা

ডিব্ৰুগড়,8 জানুৱাৰী: ডিব্ৰুগড়ৰ জকাইত অসম লোকসেৱা আয়োগত স্থানপ্ৰাপ্ত দীপাৱলী কুৰ্মীক সম্বৰ্ধনা ৷ জকাই গাঁও পঞ্চায়তৰ সভাপতি পোনানন্দ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সম্বৰ্ধনা জ্ঞাপন কৰা হয় অসম লোকসেৱা আয়োগৰ পৰীক্ষাত 35 তম স্থান দখল কৰা দীপাৱলীক ৷ এই সম্বৰ্ধনা সভাত লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা উপস্থিত থাকে ৷ বিধাগকগৰাকীয়ে দীপাৱলী কুৰ্মীক এখন ফুলাম গামোচা, জাপি, শৰাই আৰু, সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা আগবঢ়ায় ৷ লগতে ভৱিষ্যতে জকাই হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী সকলকো শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ উৎসাহ প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷

এই সভাতেই দীপাৱলীৰ শৈশৱৰ বিষয়ে বৰ্ণনা কৰি আবেগিক হৈ পৰে দীপাৱলী কুৰ্মীৰ জ্যেষ্ঠ ভাতৃ লক্ষীন্দ কুৰ্মী ৷ এই সম্বৰ্ধনাত সভাত বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ লগতে উপস্থিত থাকে জকাই হাইস্কুলৰ প্ৰধান শিক্ষক কোষেশ্বৰ ভৰালী, ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক টংকেশ্বৰ ভৰালী, অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ডম্বৰুধৰ সোণোৱাল, প্ৰভাৱ গোষ্ঠীৰ বিষয়ববীয়া ৰাজু ভৰালীৰ উপৰিও অঞ্চলটোৰ কেইবাগৰাকীয়ো গণ্য মান্য ব্যক্তি ৷

লগতে পঢ়ক-সোণোৱাল চৰকাৰে ভয় কৰে অখিল গগৈক : প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.