ডিব্ৰুগড়, 31 জুলাইঃ এটাৰ পাছত এটা অভিলেখ ভংগ কৰিছে অসম চাহে ৷ 24 ঘণ্টাত দ্বিতীয়টো অভিলেখ অসম চাহৰ ৷ মঙ্গলবাৰে ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ মনোহাৰী গ’ল্ড চাহে 50,000 টকাত নিলামেৰে বিশ্ব অভিলেখ গঢ়াৰ পাছতে সেই অভিলেখ আজি ভঙ্গ কৰে ডিব্ৰুগড়ৰে আন এখন চাহ বাগিচা মাইজান বাগিছাই ৷ ডিব্ৰুগড়ৰ বি আৰ চেঠি মালিকানাধীন অসম কোম্পানীৰ অধীনৰ মাইজান বাগিছাৰ চাহে গুৱাহাটীৰ ট্ৰি অকচন চেন্টাৰত প্ৰতি কিলোগ্ৰামত 70,501 টকা নিলাম দৰ স্পৰ্শ কৰি সুনাম কঢ়িয়াই আনিছে অসমৰ চাহ উদ্যোগলৈ ৷
24 ঘণ্টাত দ্বিতীয়টো অভিলেখ অসম চাহৰ - ট্ৰি অকচন চেন্টাৰ
মঙ্গলবাৰে ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ মনোহাৰী গ’ল্ড চাহে 50,000 টকাত নিলামেৰে বিশ্ব অভিলেখ গঢ়াৰ পাছতে বুধবাৰে ডিব্ৰুগড়ৰ মাইজান চাহ বাগিছাৰ চাহে গুৱাহাটীৰ ট্ৰি অকচন চেন্টাৰত প্ৰতি কিলোগ্ৰামত 70,501 টকা নিলাম দৰ স্পৰ্শ কৰি ভংগ কৰিছে পূৰ্বৰ অভিলেখ
70,501 টকা নিলাম দৰ স্পৰ্শ ডিব্ৰুগড়ৰ মাইজান চাহ বাগিছাৰ চাহৰ
ডিব্ৰুগড়, 31 জুলাইঃ এটাৰ পাছত এটা অভিলেখ ভংগ কৰিছে অসম চাহে ৷ 24 ঘণ্টাত দ্বিতীয়টো অভিলেখ অসম চাহৰ ৷ মঙ্গলবাৰে ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ মনোহাৰী গ’ল্ড চাহে 50,000 টকাত নিলামেৰে বিশ্ব অভিলেখ গঢ়াৰ পাছতে সেই অভিলেখ আজি ভঙ্গ কৰে ডিব্ৰুগড়ৰে আন এখন চাহ বাগিচা মাইজান বাগিছাই ৷ ডিব্ৰুগড়ৰ বি আৰ চেঠি মালিকানাধীন অসম কোম্পানীৰ অধীনৰ মাইজান বাগিছাৰ চাহে গুৱাহাটীৰ ট্ৰি অকচন চেন্টাৰত প্ৰতি কিলোগ্ৰামত 70,501 টকা নিলাম দৰ স্পৰ্শ কৰি সুনাম কঢ়িয়াই আনিছে অসমৰ চাহ উদ্যোগলৈ ৷
Intro:A_dib_801to806_tea_record_again_
:মাত্ৰ 24 ঘণ্টাৰ ভিতৰত ডিব্ৰুগড়ৰ দুখনকৈ চাহ বাগিচাৰ বিশ্ব অভিলেখ।কালি ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ মনোহাৰী গ’ল্ড চাহে 50,000 টকাত নিলামেৰে অভিলেখ ৰচাৰ পাছতে সেই অভিলেখ ভঙ্গ কৰে ডিব্ৰুগড়ৰেই আন এখন চাহ বাগিচাই।এইবাৰ ডিব্ৰুগড়ৰ মাইজান চাহ বাগিছাৰ চাহে গুৱাহাটীৰ অকচন চেন্টাৰত প্ৰতি কিলোগ্ৰামত 70,501 টকাৰ নিলাম দৰ স্পৰ্শ কৰি ভংগ কৰে 24 ঘন্টাৰ পূৰ্বৰ অভিলেখ।ইয়াৰ লগতে বাগিছাখনৰ এই সফলতাই ভংগ কৰে পূৰ্বৰ সকলো অভিলেখ।বিশ্ব বজাৰত চাহ নিলামৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অভিলেখ গঢ়ি ডিব্ৰুগড়ৰ বি আৰ চেঠি মালিকানাধীন অসম কোম্পানীৰ অধীনৰ মাইজান বাগিছাই জিলিকাই বিশ্ব দৰবাৰত পুনৰ অসমৰ চাহৰ সুনাম।
এই সফলতাত স্বাভাৱিকতেই উৎফুল্লিত বাগিছা কৰ্ত্তৃপক্ষ।অসম কোম্পানীৰ বৰ্ড অফ ডিৰেক্টৰচৰ হৈ সঞ্জয় জৈনে ধন্যবাদ জনাই প্ৰকাশ কৰিলে সফলতাৰ অনুভৱ।
Byte:সঞ্জয় জৈন
আনহাতে,ইয়াৰ পূৰ্বে মাইজান চাহ বাগিছাৰ কাষতে লাগি থকা মনোহাৰী চাহ বাগিছাই কালি গুৱাহাটীৰ অকচন চেন্টাৰত 50000 মূল্যত প্ৰতি কিলোগ্ৰাম চাহপাত নিলাম দৰ স্পৰ্শ কৰি গঢ়িছিল বিশ্ব অভিলেখ।
ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ
ই টিভি ভাৰত অসমBody:DoConclusion:Do

Last Updated : Aug 1, 2019, 1:39 AM IST