ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয়ৰ বহিঃ চিকিৎসা বিভাগ বন্ধ

author img

By

Published : May 7, 2021, 10:27 AM IST

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰি, ক'ভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি মেডিকেলৰ অধীক্ষক গৰাকীয়ে সদৰি কৰিছে ।

ডিব্ৰুগড়,6 মে: অসম চিকিৎসা মহাবিদ্যালয়ৰ বহিঃবিভাগ অহা দুসপ্তাহৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে বুলি অসম মেডিকেল কলেজৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই এক নিৰ্দেশনা যোগে উল্লেখ কৰিছে ৷

অসম চিকিৎসা মহাবিদ্যালয়ৰ বহিঃ চিকিৎসা বিভাগ বন্ধ
অসম চিকিৎসা মহাবিদ্যালয়ৰ বহিঃ চিকিৎসা বিভাগ বন্ধ

উল্লেখযোগ্য যে, জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰি, ক'ভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি মেডিকেলৰ অধীক্ষক গৰাকীয়ে সদৰি কৰিছে । অৱশ্যে চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰী বিভাগৰ লগতে অন্যান্য বিভাগ সমূহ নিয়মীয়াকৈ চলাই নিবলৈ সকলো চিকিৎসকক নিৰ্দেশ দিয়া হয় বুলিয়ো তেঁও প্ৰকাশ কৰিছে ।

লগতে পঢ়কঃ চাৰিমহীয়া সন্তানক বুকুত গুজি পদুলি মুখত অপহৃত ৰিতুল শইকীয়াৰ পত্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.