ETV Bharat / state

কৰ’ণা ভাইৰাছৰ বাবে ব্যাহত নহয় উত্তৰ-পূৱ ভাৰতৰ বিমান সেৱা

author img

By

Published : Mar 20, 2020, 11:58 PM IST

উত্তৰ-পূৱ ভাৰত বিমান প্ৰাধিকৰণ কৰ্তৃপক্ষৰ মাণ্ডলিক বিষয়া সঞ্জীৱ জিন্দালে কয় যে,উত্তৰ পূৱ ভাৰতৰ আটাইকেইখন ৰাজ্যতে অব্যাহত থাকিব আভ্যন্তৰীণ বিমান সেৱা ৷ ইয়াৰ বিপৰীতে কেৱল আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা ব্যৱস্থাহে বন্ধ কৰা হৈছে ৷

Air service will continues at North East
কৰ’ণা ভাইৰাছৰ বাবে ব্যাহত নহয় উত্তৰ-পূৱ ভাৰতৰ বিমান সেৱা

ডিব্ৰুগড়,20 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ বাবে উত্তৰ-পূৱ ভাৰতত ব্যাহত নহয় বিমান সেৱা ৷ উত্তৰ পূৱ ভাৰত বিমান প্ৰাধিকৰণ কৰ্তৃপক্ষই ঘোষণা কৰে এই কথা ৷ কৰ্তৃপক্ষই কয় যে,কৰ’ণা ভাইৰাছৰ বাবে আভ্যন্তৰীণ বিমান সেৱা হ্ৰাস কৰা বা বন্ধ কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বিমান প্ৰাধিকৰণ কৰ্তৃপক্ষই ৷ উত্তৰ পূৱ ভাৰত বিমান প্ৰাধিকৰণ কৰ্তৃপক্ষৰ মাণ্ডলিক বিষয়া সঞ্জীৱ জিন্দালে কয় যে,উত্তৰ-পূৱ ভাৰতৰ আটাইকেইখন ৰাজ্যতে অব্যাহত থাকিব আভ্যন্তৰীণ বিমান সেৱা ৷ ইয়াৰ বিপৰীতে কেৱল আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা ব্যৱস্থাহে বন্ধ কৰা হৈছে ৷

লগতে পঢ়ক-ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ সুকুমুদ্দিন আহমেদলৈ সহায়ৰ হাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.