ETV Bharat / state

ৰজাঘৰীয়ালৈ উপদেশ ডঃ পিতাম্বৰ দেৱগোস্বামীৰ

মৰাণৰ সমীপৰ বৰঘূগুলনী নামঘৰত অনুষ্ঠিত সত্ৰাধিকাৰ ডঃ পিতাম্বৰ দেৱগোস্বামীৰ 'বাহৰ অনুষ্ঠান'ত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত ৰজাঘৰীয়াক উপদেশ সত্ৰাধিকাৰ ডঃ পিতাম্বৰ দেৱগোস্বামীৰ ।

aauniati satra Satradhikar Dr Pitambar Devguswami
ৰজাঘৰীয়ালৈ উপদেশ ড০ পিতাম্বৰ দেৱগোস্বামীৰ
author img

By

Published : Feb 17, 2020, 5:24 AM IST

Updated : Feb 17, 2020, 12:28 PM IST

মৰাণ,১৬ ফেব্ৰুৱাৰী: "সমাজ-সংস্কৃতিত আঘাট নকৰা কথাখিনিৰ প্ৰতি আমি সকলোৱে সচেস্ত হ'ব লাগে । ৰজাঘৰে যদি কিবা কাৰণত আঁকোৰগোজ মনোভাব লৈ আছে তেন্তে ৰাইজৰ লগত সহযোগিতা কৰিহে সেই মনোভাৱ গ্ৰহণ কৰিব লাগে ।" ৰজাঘৰীয়াক এই উপদেশ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পিতাম্বৰ দেৱগোস্বামীৰ ।

ৰজাঘৰীয়ালৈ উপদেশ ড০ পিতাম্বৰ দেৱগোস্বামীৰ

মৰাণৰ সমীপৰ বৰঘূগুলনী নামঘৰত অনুষ্ঠিত সত্ৰাধিকাৰ ডঃ পিতাম্বৰ দেৱগোস্বামীৰ 'বাহৰ অনুষ্ঠান'ত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত এই মন্তব্য প্ৰদান কৰে সত্ৰাধিকাৰ ডঃ পিতাম্বৰ দেৱগোস্বামীয়ে । ১২ ফেব্ৰুৱাৰীৰ পৰা বৰঘূগুলনী নামঘৰত অনুষ্ঠিত হয় শ্ৰীশ্ৰী আউনীআটীয় সত্ৰৰ সত্ৰাধিকাৰ 'বাহৰ অনুষ্ঠান' । বিভিন্ন জাতি-জনগোষ্ঠীয় লোকৰ সমাবেশত সৃষ্টি হয় এক ব্যতিক্ৰমী পৰিৱেশ । চাৰিদিনীয়াকৈ অনুষ্ঠিত কাৰ্যসূচীত স্থানীয় লোকসকলৰ লগতে নেপালী, বঙালী, মাৰোৱাৰী, চাহ জনগোষ্ঠীৰ লোকেসকলেও সত্ৰাধিকাৰক সেৱা জনাই শৰণ লয় ।

লগতে পঢ়ক:জৰাজীৰ্ণ অৱস্থাত মৰাণত সাহিত্য সভা কাৰ্যালয়ৰ

Last Updated : Feb 17, 2020, 12:28 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.