ETV Bharat / state

নিৰাপত্তা বেষ্টনীৰ মাজতো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ক’লা পতাকা প্ৰদৰ্শন আছুৰ - Dibrugarh republic day celebration

গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীৰ সামৰণি পেলাই ওলাই অহা সময়তে আছুৰ একালৰ সতীৰ্থ বিধায়ক ঋতুপৰ্ণ বৰুৱাক ক’লা পতাকা প্ৰদৰ্শন কৰাৰ পিছতেই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কনভয়লৈ উদ্দেশ্যি ক’লা পতাকা প্ৰদৰ্শন কৰে আছু কৰ্মীসকলে ৷

AASU shows black flag to Chandramohan Patowary
নিৰাপত্তা বেষ্টনীৰ মাজতো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ক’লা পতাকা প্ৰদৰ্শন আছুৰ
author img

By

Published : Jan 26, 2020, 6:01 PM IST

ডিব্ৰুগড়,26 জানুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনাও ক'লা পতাকাৰ পৰা হাত সাৰিব নোৱাৰিলে বিজেপি নেতৃত্বই ৷ ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰিবলৈ আহিছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বিধায়ক ঋতুপৰ্ণ বৰুৱা ৷ উক্ত কাৰ্যসূচীৰ বাবে আৰক্ষী আৰু চি আৰ পি এফ জোৱানৰ দ্বাৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল ৷ সভাস্থলীত উপস্থিত আছিল উপায়ুক্ত, চক্ৰ বিষয়া, অতিৰিক্ত উপায়ুক্ত, এছ পি সহ কেইবাজনো বিষয়া ৷ কিন্তু খেলপথাৰৰ সন্মুখত থকা আছুৰ শ্বহীদ ভৱনৰ প্ৰতিহে যেন অধিক সতৰ্ক হৈ আছিল জিলা প্ৰশাসনৰ বিষয়া সকল ৷ ৰেপিদ এক্সন ফ’ৰ্চৰ প্ৰায় 50 জনীয়া সশস্ত্ৰ দলেৰে আবদ্ধ কৰি ৰখা হয় আছুৰ শ্বহীদ ভৱনৰ প্ৰৱেশপথ ৷

নিৰাপত্তা বেষ্টনীৰ মাজতো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ক’লা পতাকা প্ৰদৰ্শন আছুৰ

আনহাতে, প্ৰতিবাদকাৰীকলক দমন কৰাৰ উদ্দেশ্যে ৰেপিড্ এক্সন ফ’ৰ্চৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ পিছতো আছুৰ কৰ্মীসকলে ক’লা পতাকা প্ৰদৰ্শন কৰে ৷ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীৰ সামৰণি পেলাই ওলাই অহা সময়তে আছুৰ একালৰ সতীৰ্থ, বিধায়ক ঋতুপৰ্ণ বৰুৱাক ক’লা পতাকা প্ৰদৰ্শন কৰাৰ পিছতেই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কনভয়লৈ উদ্দেশ্যি ক’লা পতাকা প্ৰদৰ্শন কৰে আছু কৰ্মীসকলে ৷

লগতে পঢ়ক-মাজুলীত ওলোটাকৈ উত্তোলন জাতীয় পতাকা

Intro::গণৰাজ্য দিৱসৰ দিনাও ক'লা পতাকাৰ পৰা হাত হাৰিব নোৱাৰিলে বিজেপি নেতৃত্বই।
আছুৰ কাৰ্যালয়ৰ সন্মুখত ৰেপিড একচন ফৰ্চ মোতায়েন কৰি একপ্ৰকাৰ আছুৰ কৰ্মকৰ্তাক আবদ্ধ কৰিও
ডিব্ৰুগড়ত ক'লা পতাকাৰ পৰা হাত হাৰিব নোৱাৰিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সহ বিজেপি নেতৃত্বই।
গণৰাজ্য দিৱসৰ দিনটোত অত্যাধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰিও আছুৰ প্ৰতিবাদৰ পৰা হাত হাৰিব নোৱাৰিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত পতাকা উত্তোলন কৰিবলৈ অহা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বিধায়ক ঋতুপৰ্ণ বৰুৱালৈ আছুৱে দেখাই হে এৰিলে ক'লা পতাকা।উল্লেখ্য যে ডিব্ৰুগড়ৰ চৌকিদিঙ্গি খেলপথাৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰিবলৈ আহিছিল মন্ত্ৰী পাটোৱাৰী।কাৰ্যসূচীক লৈ চৌকিদিঙ্গি খেলপথাৰত কৰা হৈছিল কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল, আৰক্ষী, চি আৰ পি এফ আৰ এ ফ জোৱানৰ দ্বাৰা।উপায়ুক্ত, চক্ৰ বিষয়া,অতিৰিক্ত উপায়ুক্ত,এছ পি সহ উপস্থিত আছিল প্ৰায় সংখ্যাক বিষয়া।ইফালে খেলপথাৰৰ সন্মূখতে থকা আছুৰ শ্বহীদ ভৱনৰ প্ৰতিহে যেন অধিক সতৰ্ক হৈ আছিল জিলা প্ৰশাসনৰ বিষয়া সকল।আনকি ৰেপিদ একচন ফৰ্চৰ প্ৰায় 50 জনীয়া সশস্ত্ৰ দলেৰে আবদ্ধ কৰি দিয়া দেখা গৈছিল আছুৰ শ্বহীদ ভৱনৰ প্ৰৱেশপথ।ইফালে আন বছৰৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীতকৈ কেইবাঘন্টা বেছি দিঘলীয়া কৰা হৈছিল আজিৰ এই কেন্দ্ৰীয় কাৰ্যসূচী।স্বাভাৱিকতেই অত্যন্ত সময় লোৱা কাৰ্যই উপস্থিত বহুজনৰ মনত আছুৰ সাম্ভাব্য প্ৰতিবাদৰ বাবেই এনেকৈ দীঘলীয়া কৰাৰ সন্দেহ ওপজাই।প্ৰায় 5 ঘন্টা আবদ্ধ আছু কৰ্মীয়ে কিন্তু ক'লা পতাকা প্ৰদৰ্শন কৰিহে শান্ত হয়।দীঘলীয়া অপেক্ষাৰ অন্তত গণৰাজ্য দিৱসৰ কাৰ্যসূচী সামৰি ওলাই অহা একালৰ আছুৰ সতীৰ্থ ঋতুপৰ্ণ বৰুৱাক আছুৰ ক'লা পতাকা দেখাই ঋতুপৰ্ণ বৰুৱা মুৰ্দাবাদ,কাম নাই ধ্বনি দিয়ে কাৰ্যসূচী অনুষ্ঠিত চৌকিদিঙ্গি খেলপথাৰৰ প্ৰৱেশ দ্বাৰতেই।

Byte:ঋতুপৰ্ণ বৰুৱা

ইয়াৰ পাছতেই মন্ত্ৰী চন্দ্ৰমোহনৰ কনভয় ওলাই অহাৰ লগে লগে ৰেপিড একচন ফৰ্চৰ নিৰাপত্তা বেহুৰ মাজতে উত্তাল প্ৰতিবাদেৰে শ্লোগানেৰে ক'লা পতাকা দেখাই আছুৰ ভালেমান কৰ্মীয়ে একেলগে।মুৰ্দাবাদ গ বেক শ্লোগানেৰে একপ্ৰকাৰ মন্ত্ৰী পাটোৱাৰীক গণৰাজ্য দিৱসৰ দিনটোতেই এইদৰে ক'লা পতাকা দেখাই আছুৰ কাৰ বিৰুদ্ধীতাৰ প্ৰতিপন্ন কৰে।

Byte: 1,2,3আছু কৰ্মীBody:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.