ETV Bharat / state

গোহালিসদৃশ ঘৰত দুৰ্বিসহ জীৱন কটাইছে এটি পৰিয়ালে

author img

By

Published : Feb 25, 2021, 11:54 AM IST

মৰাণত গোহালি সদৃশ গৃহত দুৰ্বিসহ জীৱন কটাইছে এটি পৰিয়ালে ৷ কেৱল শ্ল'গানতে সীমাবদ্ধ বিজেপিৰ "সবকা সাথ, সবকা বিকাশ সবকা বিশ্বাস" ৷

গোহালি সদৃশ ঘৰত দুৰ্বিসহ জীৱন কটাইছে এটি পৰিয়ালে

মৰাণ,25 ফেব্ৰুৱাৰী: শাসকীয় বিজেপি মিত্ৰজোঁট চৰকাৰৰ "সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস" শ্ল'গান যেন এতিয়া কেৱল শ্ল'গানতে সীমাবদ্ধ । মৰাণৰ এটা দৰিদ্ৰ বৃদ্ধ দম্পতীৰ পৰিয়ালে উদঙাই দিছে এই শ্ল'গানৰ প্ৰকৃত স্বৰূপ । ছবিয়ে মিছা কথা নকয় ৷ মৰাণৰ এই দম্পতীটোৰ দুৰ্ভগীয়া জীৱনৰ ছবিখনে উদঙাই দিছে চৰকাৰৰ বিকাশৰ প্ৰকৃত স্বৰূপ ৷

এই পৰিয়ালটোৱে এটা ভঙা জুপুৰীত জীৱন অতিবাহিত কৰিছে । দীৰ্ঘদিনৰ পৰা গোহালি সদৃশ গৃহত দুৰ্বিসহ জীৱন কটাইছে মৰাণ সমষ্টিৰ হালধিবাৰী পঞ্চায়তৰ চিলচিলি ডিমৌ কিনাৰ গাঁৱৰ নন্দেশ্বৰ ফুকন নামৰ দৰিদ্ৰ বৃদ্ধ দম্পতীটোৰ পৰিয়ালৱে । এই দৰিদ্ৰ পৰিয়ালটোৰ ক্ষেত্ৰত কোনো দিনে দৃষ্টি নপৰিল পঞ্চায়ত প্ৰতিনিধিৰ লগতে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ ।

পৰিয়ালটোৱে আজিলৈকে পোৱা নাই এটা চৰকাৰী আৱাসগৃহ । ফলত ৰ'দ, বৰষুণ নেওচি জীৱন ধাৰণ কৰিবলগীয়া হৈছে এই দৰিদ্ৰ পৰিয়ালটিয়ে । এই দৰিদ্ৰ পৰিয়ালটোৰ সদস্যসকলৰ শুবলৈ এখন বিছনাৰ অভাৱ । চৰকাৰী উজ্বলা আঁচনিৰ গেছ-চিলিণ্ডাৰৰ দৰে যাৱতীয় সামগ্ৰীৰ পৰাও বঞ্চিত এই পৰিয়ালটো । এতিয়া প্ৰশ্ন হয় দৰিদ্ৰ জনগণলৈ বুলি চৰকাৰে ঘোষণা কৰা আঁচনিসমূহে এনেধৰণৰ প্ৰকৃত দৰিদ্ৰ পৰিয়ালক স্পৰ্শ কৰিবলৈ সক্ষম হ'বনে !

লগতে পঢ়ক: কঠীয়াতলীত ৬ টাকৈ আধাৰশিলা স্থাপন তিৱা স্বায়ত্ব পৰিষদৰ কঠীয়াতলীত ৬ টাকৈ আধাৰশিলা স্থাপন তিৱা স্বায়ত্ব পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.