ETV Bharat / state

জৰাজীৰ্ণ খোৱাং-মৰাণ ৰাজপথঃ দুৰ্ভোগ ভুগিছে পথচাৰীয়ে - NH-37 road condition

মুষলধাৰ বৰষুণৰ ফলত কৃটিম বানৰ সৃষ্টি হৈছে মৰাণ আৰু খোৱাঙৰ ৰাজপথত । যান বাহনৰ লগতে দুৰ্ভোগ ভুগিব লগা হৈছে পথচাৰীয়ে ।

জৰাজীৰ্ণ খোৱাং-মৰাণ ৰাজপথঃ দুৰ্ভোগ ভুগিছে পথচাৰীয়ে
author img

By

Published : Aug 3, 2019, 10:35 PM IST

মৰাণ, 3 আগষ্টঃ উজনি অসমত যোৱা কিছুদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে মৰাণ-খোৱাঙৰ জৰাজীৰ্ণ ৰাজপথৰ ওপৰত ৷ মৰাণ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এ এচ টিচি বাছ আস্থানৰ পৰা মৰাণ থানাৰ সমুখলৈকে সম্পূৰ্ণ পথছোৱা এতিয়া পানীৰ তলত । আনহাতে পথটোত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাঁ‌তবিলাকে ব্যাপক সমস্যা সৃষ্টি কৰিছে পথচাৰীক । পথটো মেৰামতি নকৰাৰ ফলত এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বানৰ । পথটো শীঘ্ৰেই মেৰামতিৰ ব্যৱস্থা নকৰিলে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ দিছে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই ৷

Intro:মুখলধাৰ বৰষুণৰ ফলত কৃটিম বানৰ সৃষ্টি হৈছে মৰাণ আৰু খোৱাঙৰ ৰাজপথত । যান বাহনৰ লগতে দুৰ্ভোগ ভুগিব লগা হৈছে পথচাৰীয়ে । মৰাণ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এ এচ টিচি বাছ আস্থানৰ পৰা মৰাণ থানাৰ সন্মুখৰলৈকে সম্পূৰ্ণ পথছোৱা এতিয়া পানীৰ তলত । আনহাতে পথটোত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাঁ‌তবিলাকে ব্যাপক সমস্যা সৃষ্টি কৰিছে পথচাৰীক । জৰাজীৰ্ণ এই ৰাষ্ট্ৰীয় ঘাইপথটোত ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে । ইফালে খোৱাঙৰ পুৰণা এ টি ৰ'ডৰ বিধ্বস্ত ৰূপে জলাকলা খোৱাইছে খোৱাঙৰ ৰাইজক । পথটো মেৰামতি নকৰাৰ ফলত এজাক বৰষুণতে সৃষ্টি হয় কৃটিম বানৰ । ফলত যান বাহনৰ লগতে পথচাৰী সকলে জীয়াতু ভোগিব লগা হৈছে । পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত আছুকে ধৰি কেইবাটাও দল সংগঠনে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে যদিও জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান কৰা নাই ।

Body: ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.