ETV Bharat / state

ডিব্ৰুগড়ৰ মাইজান বৰপুল বিলত তিনিজন যুৱকৰ সলিল সমাধি

বোমা বিস্ফোৰণৰ আতংক মাৰ নৌযাওতেই গণৰাজ্য দিৱসৰ দিনা ডিব্ৰুগড়ত আন এক অঘটন ৷ ডিব্ৰুগড়ৰ মাইজান বৰপুল বিলত তিনিজন যুৱকৰ সলিল সমাধি ৷

বৰপুল বিলত তিনিজন যুৱকৰ সলিল সমাধি
বৰপুল বিলত তিনিজন যুৱকৰ সলিল সমাধি
author img

By

Published : Jan 26, 2020, 11:34 PM IST

ডিব্ৰুগড়, 26 জানুৱাৰীঃ বোমা বিস্ফোৰণৰ আতংক মাৰ নৌযাওতেই ডিব্ৰুগড়ৰ মাইজানত সংঘটিত হয় আন এক অঘটন ৷ মাইজান বৰপুল বিলত তিনিজন যুৱকৰ সলিল সমাধি ৷ যুৱক তিনিজনৰ নাম ক্ৰমে সঞ্জয় বৰ্মন, ৰৌচন তামাঙ আৰু ৰাজীৱ দুৱৰা বুলি জানিব পৰা গৈছে ৷ ডিব্ৰুগড়ৰ মাইজানৰ ব্ৰহ্মপুত্ৰৰ এটা সুঁতিত তিনি যুৱকে গা ধুবলৈ নামে ৷ পানীৰ গভীৰতা উমান নাপাই এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷ স্থানীয় লোকে দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে ৷ প্ৰথমাৱস্থাত আন এজন যুৱকৰ কোনো সন্ধান পোৱা নাছিল যদিও দুবাৰুৰ দলে সন্ধান চলাই আনজন যুৱকক মৃত অৱস্থাত উদ্ধাৰ কৰে ৷ যুৱক তিনিজন অসম চিকিৎসা মহাবিদ্যালৰ সমীপৰ বুলি জানিব পৰা গৈছে ৷

ডিব্ৰুগড়ৰ মাইজান বৰপুল বিলত তিনিজন যুৱকৰ সলিল সমাধি

লগতে পঢ়ক ঃ অসম সম্পৰ্কত কৰা মন্তব্যৰ বাবে প্ৰাক্তন JNU ছাত্ৰৰ বিৰুদ্ধে গোচৰ

Intro::দুটাকৈ বোমা বিস্ফোৰণৰ ঘটনা,আতংকৰ পাছত গণৰাজ্য দিৱসৰ দিনাই পুনৰ আন এক অঘটন ডিব্ৰুগড়ত।বোমা বিস্ফোৰণৰ আতংক মাৰ নৌযাওতেই
ডিব্ৰুগড়ৰ মাইজনত সংঘটিত হয় আন এক অঘটন।মাইজানত মৃত্যু হয় তিনি যুৱকৰ।
মাইজন বৰপুল বিলত তিনিজন যুৱকৰ সলিল সমাধি হৈ মৃত্য।যুৱক তিনিজন হৈছে সঞ্জয় বৰ্মন,ৰৌচন তামাঙ আৰু ৰাজীৱ দুৱৰা।একাংশ স্থানীয়ৰ মতে আজি গণৰাজ্য দিৱসৰ দিনাই ডিব্ৰুগড়ৰ মাইজানৰ ব্ৰহ্মপুত্ৰৰ এটা সুতিত তিনি যুৱকে গা ধুবলৈ নামে।নিৰ্জন ঠাইডোখৰত পানীৰ গভীৰতা ওমান নাপাই তিনিও দুবিবলৈ ধৰে।তাৰ মাজতেই স্থানীয়ই প্ৰতক্ষ কৰে আৰু দুজনৰ মৃতদেহ উদ্ধাৰ কৰে।ইয়াৰ পাছতেই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হয় আৰু আনজন যুৱকৰ সন্ধানত আহি নামি পৰে দুবাৰুৰ দল।পাছত আনজন যুৱককো মৃত অৱস্থাতে উদ্ধাৰ কৰে দুবাৰুৱে।এনেদৰে গণৰাজ্য দিৱসৰ দিনাই
তিনজন যুৱকৰ মৃত্যু হয় ডিব্ৰুগড়ত।যুৱক তিনিজন অসম চিকিৎসা মহাবদ্যালৰ সমীপৰ বুলি জানিব পৰা গৈছে।গণৰাজ্য দিৱসৰ বন্ধৰ বাবে
যুৱক কেইজন বনভোজ খাবলৈ গৈছিল বুলি অনুমান কৰিছে একাংশই।।

Byte:স্থানীয় 1,2Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.